- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
শিক্ষাগুৰুৰ সৈতে কিছু মধুৰ নষ্টালজিক মুহূৰ্ত
আমাৰ জীৱনত শিক্ষাগুৰুসকলৰ অৱদান অপৰিসীম। সৰুৰে পৰা শিক্ষা ...
আমাৰ জীৱনত শিক্ষাগুৰুসকলৰ অৱদান অপৰিসীম। সৰুৰে পৰা শিক্ষা প্ৰদানেৰে সমাজত এগৰাকী সু-নাগৰিক হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ অৱদান অনস্বীকাৰ্য। আমাৰ সকলোৰে স্কুলীয়া জীৱনৰ সৈতে জড়িত হৈ আছে বহু মধুৰ মুহূৰ্ত। এই মুহূৰ্তবোৰৰ সৈতে হয়তো সাঙোৰ খাই আছে আপোনাৰ প্ৰিয় শিক্ষাগুৰুসকলৰ নাম। কিছুমান স্মৃতি পাহৰণিৰ গৰ্ভত লীন হৈছে, কিন্তু কিছুমান অবিস্মৰণীয় মুহূৰ্ত এতিয়াও আমি কঢ়িয়াই লৈ ফুৰিছো আমাৰ জীৱনযাত্ৰাত।
এনে কিছু মধুৰ স্মৃতি আমাৰ সৈতে শ্বেয়াৰ কৰক, যিয়ে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। শিক্ষক দিৱসৰ দিনা ই হ’ব আপোনাৰ প্ৰিয় শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাভৰা সোঁৱৰণ।
আপোনাৰ অনুভৱ আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।
Sanjib kr Das 4 বছৰ 7 হিচাপপূৰ্বে
माता पिता के बाद शिक्षा गुरु का स्थान सबसे
उपर होता हैं, कयोंकि वहीं हमैं समाज में
चलना से लेकर चरित्र तक कैसा होना
चाहिए सही शिखाता है, यह छोडकर हमें
हमारी जीवन में सफलता प्राप्त के लिए,
सही शिक्षा एवं मागॅ दशंन करवाता है, गुरु
के बिना हमारे जीवन शुन्य है ।
Biraj Kanti Nayak 4 বছৰ 7 হিচাপপূৰ্বে
In cl VII, 1 day, an energetic, slim and handsome boy suddenly entered in our cl. He ordered to open Eng grammer book. Hesitantly we opened the book. He gave HW to do in a new copy. Being the economically weak student, I did the work in rough copy. He became angry to see the works and throughout. Tears came out from my eye to see. He left the class with no word and came back next day with a bundle of copy. He is our Mr RP Biswas Sir, HOD Eng Assam University. Long live sir.
Santanu Datta 4 বছৰ 7 হিচাপপূৰ্বে
One single statement of my teacher in my school still now I remember and get the energy and the statement is "ALWAYS TRY TO BEAT OWN THEN OTHERS."
Bijit choudhury 4 বছৰ 7 হিচাপপূৰ্বে
গুৰু ব্ৰহ্মাঃ গুৰু বিষ্ণুঃ গুৰু গুৰুৰ্দেৱ মহেশ্বৰঃঃ৷
গুৰু সাক্ষাত পৰম ব্ৰহ্ম৷৷
তস্মৈ শ্ৰী গুৰুৱে নমঃ
আজি মোৰ দৰে ছাত্ৰ এজনে যদি কিবা শিকিবলৈ পাৰিছো
সেয়া কেবল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ বাবেহে সম্ভৱ
হে মহান গুৰুসকল গোটেই জীৱন জুৰি যেন আপোনালোকৰ
চৰণযুগল স্পৰ্শকৰাৰ সুযোগ পাই থাকো
মোৰ অতিকৈ শ্ৰদ্ধাৰ সকলো শিক্ষককে আন্তৰিক শুভেচ্ছা যাচিলো
Chandramika Bora 4 বছৰ 7 হিচাপপূৰ্বে
জীৱনৰ প্ৰথম শিক্ষক দিৱস পাইছিলো নিম্ন শ্ৰেণীত । দেউতাই এটা কলম বান্ধি দি পঠাইছিল শ্ৰেণী বাইদেউক দিবলৈ । ক্লাছৰ বাকী কোনেও নিয়া নাছিল ।ল'ৰা বোৰে চিঞৰিবলে ধৰিলে ধুপ আনিছে , ধুপ আনিছে বুলি । উপায় নাপাই খুব কান্দিলো । তেতিয়া মঞ্জুলা বাইদেউ আহি বাকীবোৰক ধমক দি মোক লৈ গৈছিল বৰবাইদেউৰ ওচৰলৈ।একো বুজা নাছিলো শিক্ষক দিৱসৰ মহত্ব তেতিয়া । মোৰ শ্ৰদ্ধাৰ সকলো ছাৰ বাইদেউলৈ শিক্ষক দিৱসৰ ওলগ জনালোঁ ।