- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
যোগ চৰ্চাৰ ফটো/ভিডিঅ’ প্ৰেৰণ কৰক
যোগাভ্যাস হৈছে এক আধ্যাত্মিক অনুশীলন। শাৰীৰিক আৰু মানসিক উৎকৰ্ষ ...

যোগাভ্যাস হৈছে এক আধ্যাত্মিক অনুশীলন। শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ ই এক গুৰুত্বপূৰ্ণ মাধ্যম। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘত ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হোৱাত তেতিয়াৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।
এই বৰ্ষটো অহা ২১ জুন, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি যোগাভ্যাসৰ ক্ষেত্ৰত ৰাইজৰ উৎসাহ বৃদ্ধিৰ প্ৰচেষ্টাৰে মাই গভ্ অসমে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ অনুসৰি মাইগভ্ অসমৰ সামাজিক মাধ্যমৰ প্লেটফর্মযোগে আপোনাৰ ফটো/ভিডিঅ’ প্রকাশৰ সুবিধা আগবঢ়োৱা হৈছে। তলত মন্তব্য আকাৰে আপোনাৰ ফটো অথবা ভিডিঅ’ আমালৈ প্ৰেৰণ কৰিব পাৰে।
প্ৰেৰণৰ অন্তিম তাৰিখ : ২৩ জুন ২০২৩