You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা

Start Date: 19-08-2019
End Date: 08-09-2019

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমৰ বিভিন্ন খাদ্যসম্ভাৰে বহন কৰে বিভিন্ন জনগোষ্ঠীৰ চহকী ঐতিহ্য। বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে এক ফটোগ্ৰাফী প্ৰতিযোগিতা। অসমৰ থলুৱা খাদ্যক বিষয়বস্তু হিচাবে লৈ আয়োজিত এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।

পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটোগ্ৰাফ জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন ছ’চিয়েল নেটৱৰ্ক প্লেটফৰ্মসমূহত প্ৰকাশ কৰা হ’ব। লগতে শ্ৰেষ্ঠ পাঁচগৰাকী প্ৰতিযোগীলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।

ফটোসমূহ এই শিতানৰ মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।

যোগদানৰ অন্তিম তাৰিখ : ৯ ছেপ্তেম্বৰ

নিয়মাৱলী :

· এগৰাকী প্ৰতিযোগীয়ে সৰ্বাধিক ৫ খন ফটো পঠিয়াব পাৰিব।

· ফটোৰ মানদণ্ড High Resolution হোৱাটো বাঞ্চনীয়।

· মোবাইল ফোন ফটোগ্ৰাফী গ্ৰহণযোগ্য।

· ফটোৰ লগত ফটোৰ সবিশেষ পঠিওৱা বাঞ্চনীয়।

· ফটোগ্ৰাফাৰৰ সম্পূৰ্ণ নাম ঠিকনা যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো জৰুৰী।

· পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটো নিৰ্বাচন কৰি উলিওৱা হ’ব।

· নিৰ্বাচিত ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব। ফটোসমুহ বিভিন্ন জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব।

· নিৰ্বাচিত পাঁচগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব।
প্ৰেৰণ কৰা ফটোগ্ৰাফ সমূহ সম্পূৰ্ণভাৱে নিজৰ হোৱাটো বাঞ্চনীয়।

. চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ফটো প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব।

. আনৰ কপিৰাইটযুক্ত ফটো গ্ৰহণ কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰেৰণকাৰী ব্যক্তিগৰাকী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ কোনোপধ্যে জগৰীয়া নহ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 81) অনুমোদিত অৱদানসমূহ (80) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ
Reset
80 তথ্য পোৱা গ’ল
300

Swapnali Nath 4 বছৰ 7 হিচাপপূৰ্বে

পইটা ভাত,আলু পিটিকা,কচু বাঁহগাজৰ পিটিকা,ক'লামাহ আৰু বুটৰ পিটিকা,খোলাত দিয়া মাছ,পানিটেঙা,বিলাহী হাঁহকণী ৰ ভজা,নিমখ,পিয়াজ,গাজিমগুৰ চালাড,ঘটিত পানী আৰু গামোচাখন।
স্বপ্নালী এন বৰগোঁহাই
দেৰগাঁও,গোলাঘাট
দূৰভাষ-৮৮৭৬৩৮৭৪৬৪

4950

manas pratim bora 4 বছৰ 7 হিচাপপূৰ্বে

অসমৰ কেইবিধমান থলুৱা খাদ্য়-
চিত্ৰ৪: ভাত,মচুৰ দাইল,পাতিহাহঁৰ মাংস আৰু কোমোৰা,পচলা আৰু জলকীয়াৰ আঞ্জা,আমৰ আচাৰ,টেঙা,নিমখ আৰু জলকীয়া।
চিত্ৰ৫:উখুৱা চাউলৰ ভাত,কচু আৰু ঔ টেঙা,নৰসিংহ-ভেদাই লতাৰ সৈতে কাৱৈ মাছৰ জোল,মাটি কান্দুৰি আৰু আলুৰ আঞ্জা,কাৱৈ,পুঠি মাছৰ চৰচৰি।
প্ৰেৰক-মানস প্ৰতিম বৰা
দ-বৰাহী গাঁও , গোলাঘাট
ডাকঘৰ-শালিকীহাট
পিন-৭৮৫৬২৫
ফোন নং-৮৮১২০৬৭৫৭০, ৭৮৯৬০৪৮৩৭১

4950

manas pratim bora 4 বছৰ 7 হিচাপপূৰ্বে

অসমৰ কেইবিধমান থলুৱা খাদ্য়-
চিত্ৰ১:অসমীয়াৰ মান গামোচা,গুৱা শৰাইত আগবঢ়াই ম'হৰ আঠা দৈ,চিৰা আৰু গুৰৰ আদৰৰ জলপান।
চিত্ৰ২:অসমৰ গঞালোকৰ বিশেষ খাদ্য় পইঁতা ভাত,পোৰা আলু,পোৰা মাছ আৰু খৰিচা,কচুথুই পাতত দিয়া,নিমখ আৰু জলকীয়া।
চিত্ৰ৩:অসমৰ প্ৰধান খাদ্য় ভাতৰ সৈতে ৰহৰ দাইল,কলদিল আৰু আলুৰ আঞ্জা,অমিতাৰ খাৰ শাক, নৰসিংহৰ চাতনি,টেঙা,নিমখ আৰু জলকীয়া।
প্ৰেৰক-মানস প্ৰতিম বৰা
দ-বৰাহী গাঁও,গোলাঘাট
ডাক ঘৰ-শালিকীহাট
পিন-৭৮৫৬২৫
ফোন নং-৮৮১২০৬৭৫৭০,৭৮৯৬০৪৮৩৭১

500

Nazmul Haque 4 বছৰ 7 হিচাপপূৰ্বে

নাম- নাজমুল হক
গাঁও - সোনকুৰিহা
জিলা- নলবাৰী,অসম

ফটোৰ সবিসেষ-
(মোবাইল ফটোগ্ৰাফী)
1.নিৰামিশ ভাত,
2.খিচিৰি,
3.চাউলৰ গুৰিৰ ৰোটি আৰু মাংস

920

GITASHREE GOGOI 4 বছৰ 7 হিচাপপূৰ্বে

Assamese Thali
It includes
1. Steamed rice
2. Fish fry
3. Mashed potatoes
4. Mashed eggplant
5. Mashed jack fruit seeds
6. Stir fried Fiddlehead fern with black chickpeas
7. Papaya khar
8. Red lentils with jack fruit seeds
9. Fish curry with black sesame seeds
10. Black lentils khar
11. Stir fried colocasia with fish head
12. Mashed fish with Thai coriander
13. Ghost chilli
14. Salad
Name : GITASHREE GOGOI
Address : JORHAT, ASSAM
Mobile no. : 8638156707

920

GITASHREE GOGOI 4 বছৰ 7 হিচাপপূৰ্বে

Poita Bhat
Poita Bhat is a rice based Assamese cuisine prepared with left over cooked rice, by soaking the rice in water overnight & serve it the next morning with salt, mustard oil, chilli, onion, smoked food items, pitikas etc. It is a tradition of eating poita bhat during Xaat Bihu celebration.
Name : GITASHREE GOGOI
Address : JORHAT, ASSAM
Mobile no. : 8638156707

920

GITASHREE GOGOI 4 বছৰ 7 হিচাপপূৰ্বে

Pork with fermented bamboo shoot
Pork with fermented bamboo shoot is a popular ethnic dish of Assam. It is mainly prepared by the different tribes & communities. The season of bamboo shoot starts with the arrival of monsoon. Fermented bamboo shoot can be preserved for a longer duration & can be added to different cuisines also.
Name : GITASHREE GOGOI
Address : JORHAT, ASSAM
Mobile no. : 8638156707