- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বিনন্দীয়া প্ৰকৃতিয়ে আনিছে ব’হাগৰ বতৰা
ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগেই কুলি-কেতেকীৰ মাত, কপৌ-তগৰৰ সুগন্ধ, গছৰ ...

ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগেই কুলি-কেতেকীৰ মাত, কপৌ-তগৰৰ সুগন্ধ, গছৰ কোমল কুঁহিপাতে কঢ়িয়াই আনে ব’হাগৰ বতৰা ।ব’হাগৰ আগমনৰ বাতৰি পাই ন-ৰূপেৰে জিলিকি উঠে প্ৰকৃতি ।
ক’ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতাই এইবাৰৰ হেঁপাহৰ বিহুটিৰ আনন্দ বহু পৰিমাণেই ম্লান কৰি পেলালে । এই জটিল সময়ছোৱাত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশটো লকডাউন ঘোষণা কৰাত ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত বিহু উৎসৱ মুকলিমুৰীয়াকৈ উদযাপনৰ ক্ষেত্ৰতো কিছু হয়তো বাধা নিষেধ আহি পৰিছে।
উল্লেখনীয় যে, এনে সংকটময় পৰিস্থিতিত ঘৰত থাকিয়েই প্ৰকৃতিৰ মাদকতা আমি সকলোৱেই বাৰুকৈয়ে অনুভৱ কৰিছো । আমাৰ ঘৰৰ বাৰী, ফুলনি, বাগিচা, চোতালত ফুলা তগৰ-কপৌ পাহিৰ লগতে, কুঁহিপাত মেলা গছ-গছনি, কুলি-কেতেকীৰ মাত,ঘৰৰ বেলকনি অথবা খিৰিকীৰে দেখা পোৱা মনোমোহা প্ৰাকৃতিক শোভাবোৰে প্ৰতি মুহুৰ্তত বিলাইছে ব’হাগৰ বতৰা।
আপোনাৰ ঘৰৰ চৌপাশে প্ৰকৃতিয়ে কেনেদৰে ব’হাগৰ বতৰা কঢ়িয়াইছে সে্য়া কেমেৰাত আবদ্ধ কৰি ফটো অথবা ভিডিঅ’ আমাৰ সৈতে শ্বেয়াৰ কৰক । তলত মন্তব্য আকাৰেৰে আপোনাৰ বাৰ্তা আমালৈ প্ৰেৰণ কৰিব পাৰে।









Krishna Kumar Dutta 5 বছৰ 8 হিচাপপূৰ্বে
এই ফুলপাহৰ দৰেই উজ্জ্বল হৈ উঠক সমগ্ৰ মানৱজাতি , তাৰে কামনাৰে - সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো
Santanu Datta 5 বছৰ 8 হিচাপপূৰ্বে
"Doyal" on a branch of a tree in my garden.
Rajib kalita 5 বছৰ 8 হিচাপপূৰ্বে
ৰঙালীৰ সময়তে ৰঙিলী হৈ পৰা অমৰ ঘৰৰ কপৌ ফুল জোপা
Pushpa Gogoi 5 বছৰ 8 হিচাপপূৰ্বে
কপৌফুল পাহে মনটো ভৰাই তুলিছে আৰু বসন্তৰ বতৰা আনিছে। অনাগত দিনবোৰ শুভ হওক তাৰেই কামনা।
Amlan Hazarika 5 বছৰ 8 হিচাপপূৰ্বে
কপৌ পাহি তোৰে খোপাত
কিমান ধুনীয়া দেখি,
পিছে যাব নোৱাৰোঁ এইবাৰ মৰমী
তোৰে খোপাত গুজি দিবলৈ,
কৰা আছে দেশত লকডাউন জাৰি...
Karabi Hazarika 5 বছৰ 8 হিচাপপূৰ্বে
কপৌ ফুল ফুলিলে
Abinash T 5 বছৰ 8 হিচাপপূৰ্বে
Name: Abi Nash
This photo is taken from my garden
Hrishikesh Kalita 5 বছৰ 8 হিচাপপূৰ্বে
তলাবন্ধৰ মাজতে বহাগ বিহুৰ আজিৰ দিনটোতে মোৰ ঘৰৰ পদুলিমুখত লোৱা এটি ছবি আপোলোকলৈ বুলি পঠালো।
নাম হৃষিকেশ কলিতা
ঠিকনা - গাঁও বাৰাংহাটী জিলা কামৰূপ গ্ৰাম্য পিন ৭৮১৩৫০
Bhaskarjyoti Saikia 5 বছৰ 8 হিচাপপূৰ্বে
Rituraj Bokhontor aagomon... Gose boneu xolale boron,
Eibeli Bihuti patibo pora nai... Lockdown ote thomokise mon.
Ajoy sharma 5 বছৰ 8 হিচাপপূৰ্বে
প্ৰকৃতীৰ মন মোহা ৰূপ ফূল বোৰ ফূলীছে।কুলীৰ মাতে লক ডউনৰ মাজত আশাৰ বৰ্তা আনীছে কৈ আছে জীবনৰ ৰং আকৌ ঘোৰী আহিৱ।