- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন মহোৎসৱ উপলক্ষে শ্লোগান লিখা প্ৰতিযোগিতা
৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। ...
৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। সপ্তাহজোৰা এই কাৰ্যসূচীত বৃহৎসংখ্যক গছপুলি ৰোপণৰ লগতে জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ্থে পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব।
গছপুলি ৰোপণৰ এই বৃহৎ উৎসৱত জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ বন বিভাগে মাই গভ্ অসমৰ সহযোগত এক শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই শ্লোগানৰ মূল বিষয়স্তু হ’ল – অসমৰ বনজ সম্পদ আৰু সংৰক্ষণৰ দ্বাৰা সজাগতা বৃদ্ধি।
শ্ৰেষ্ঠ শ্লোগানৰ বাবে আছে আকৰ্ষণীয় পুৰস্কাৰ।
প্ৰেৰণৰ অন্তিম তাৰিখ ৭ জুলাই, ২০১৭
নিয়মাৱলী :
• শ্লোগান উল্লিখিত নিৰ্দিষ্ট বিষয়বস্তুক সাঙুৰি প্ৰস্তুত কৰিব লাগিব।
• MSWord / JPEG/PNG/PDF/TIFF ফৰ্মেটত দাখিল কৰিব লাগিব।
• শ্লোগান অসমীয়া অথবা ইংৰাজী ভাষাত হ’ব লাগিব।
• চিঞাহীৰে লিখি ফটো আপলোড কৰিলে সেয়া গ্ৰহণীয় নহ’ব।
• শ্লোগানৰ ভাষা অমাৰ্জিত অথবা অসংবিধানিক হ’ব নোৱাৰিব।
• প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ব্যক্তি মূল শ্লোগানৰ লিখক হ’ব লাগিব আৰু কোনো ধৰণৰ নকল কৰিব নোৱাৰিব।
• আকৰ্ষণীয় শ্লোগানক প্ৰাধান্য দিয়া হ’ব। শ্লোগান ২০ টাতকৈ অধিক শব্দৰ হ’ব নোৱাৰিব।
Muktarul Islam 7 বছৰ 7 হিচাপপূৰ্বে
চিৰ সেউজ অসম
AMRIT RANJAN MECH 7 বছৰ 7 হিচাপপূৰ্বে
Dear Sir / Madam attached herewith the slogans.
SANCHITA BARUAH 7 বছৰ 7 হিচাপপূৰ্বে
STOP DEFORESTATION!!
INCREASE PLANTATION
OXYGEN CREATION
LIFE PROTECTION
Submitted by:
SANCHITA BARUAH,
BAMUNIMAIDAM,
GUWAHATI
SHIMANTA BARUAH 7 বছৰ 7 হিচাপপূৰ্বে
(১)
সময় পালে ৰুবা গছৰ পুলি,
অনাগত দিনত হৈ উঠিব সেউজী ধৰণী।
(২)
আমি অসমীয়া নহয় দুখীয়া কিহৰ দুখীয়া হ’ম,
ধৰা খনক সেউজী কৰাৰ লওঁ আহা আমি পণ।
GOURAB BORAH 7 বছৰ 7 হিচাপপূৰ্বে
Slogan Writing Competition on the Occasion of Van Mahotsav
Ritutapan Borah 7 বছৰ 7 হিচাপপূৰ্বে
My slogans for Greener, Pollution-free Assam.
Jaya Kalita 7 বছৰ 7 হিচাপপূৰ্বে
Slogan,
Jaya Kalita,
Birkuchi, Narangi, Guwahati-26
Gopal kalita 7 বছৰ 7 হিচাপপূৰ্বে
মোৰ শ্লোগানটো বান মহোৎসৱকলৈ-- ছবিখন সংযোগ কৰা হ’ল৷
Silpika madhukalya 7 বছৰ 7 হিচাপপূৰ্বে
Silpika madhukalya
8721911454
Tezpur,assam
indira devi 7 বছৰ 7 হিচাপপূৰ্বে
slogan by Indira Devi, guwahati
for van mahotsab,