- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতা
ক’ভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা ...

ক’ভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা লকডাউনৰ প্ৰতি সঁহাৰি জনাই আমি সকলোৱে ঘৰতে থাকি এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছো। স্কুল-কলেজ বন্ধৰ নিৰ্দেশ দিয়াৰ ফলত আমাৰ কণ কণ শিশুসকলো এই সময়ছোৱাত ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিবলগীয়া হৈছে। এইখিনি সময়ত আমি শিশুসকলক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সবল কৰি ৰাখিবলৈ তেওঁলোকক কিছু প্ৰিয় কৰ্মৰাজিৰ সৈতে জড়িত হৈ থাকিবলৈ দিয়াটো অত্যন্ত আৱশ্যক ।
এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জনতাৰ চৰকাৰ মাই গভ অসমে গ্ৰহণ কৰিছে এক বিশেষ প্ৰচেষ্টা। ঘৰতে থাকি কিতাপ পঢ়া, গান শুনা, টিভি চোৱা, বিভিন্ন ইণ্ড’ৰ গেম, প্ৰিয় খাদ্য তৈয়াৰ কৰা ইত্যাদি অনেক ভাল লগা কামত নিজকে ব্যস্ত ৰখা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হৈছে এক চিত্ৰাংকণ প্ৰতিযোগিতাৰ। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ভাল লগা কামটো সুন্দৰকৈ আঁকি ছবিখন মাই গভ অসমলৈ প্ৰেৰণ কৰিব পাৰে। এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ সন্তানক উপযুক্ত উপদেশ তথা সহযোগিতা আগবঢ়াব পাৰে।
প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
বিষয়বস্তু - মোৰ হবি
অন্তিম তাৰিখ – ১৪ এপ্ৰিল, ২০২০
দহ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ আগবঢ়োৱা হ’ব।
নিয়ম আৰু চৰ্তাৱলী:
• প্ৰতিযোগীয়ে অংকন কৰা চিত্ৰ স্কেন (Scanned Copy ) কৰি প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• চিত্ৰসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• স্কেন কপি ১০ এম.বি.তকৈ সৰু হোৱাটো বাঞ্চনীয়
• প্ৰতিযোগীসকলে চিত্ৰ অংকন কৰোতে ৱাটাৰ কালাৰ, পোষ্টাৰ কালাৰ, ক্ৰেয়ন, পেঞ্চিল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব।
• প্ৰতিযোগীসকলে নিজৰ শ্ৰেণী আৰু বয়স উল্লেখ কৰাটো বাধ্যতামূলক
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন চিত্ৰহে গ্ৰহণ কৰা হ’ব
• বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচনী কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।









YourName Sivani Gogoi. Class vii. Age 13 years 5 বছৰ 9 হিচাপপূৰ্বে
Sivani Gogoi
Class 7
Age 13
Aradhana Borgohain Chutki 5 বছৰ 9 হিচাপপূৰ্বে
Swapnarag Borgohain
Favourite Hobby: Painting
Class 2
Aradhana Borgohain Chutki 5 বছৰ 9 হিচাপপূৰ্বে
Swap
Nilakhi Gogoi 5 বছৰ 9 হিচাপপূৰ্বে
Sri Dirgha Jyoti Gogoi
Class - 1
Age- 6 years.
School - Dhekiajuli sonari gaon school
P. O. - Na-ali dhekiajuli, jorhat. Assam.
Akashjit Agosti 5 বছৰ 9 হিচাপপূৰ্বে
Dhurbajyoti saikia
Class VII
Vivekananda academy, borpowai
Age 13
Raju Basak 5 বছৰ 9 হিচাপপূৰ্বে
Rimisha Basak
Class iii
Kamola kanta accademy
Bahari
Barpeta ,assam,
Pin -781302
Indira D Karmakar 5 বছৰ 9 হিচাপপূৰ্বে
Name-Pratik karmakar, class-3 and age-8
Indira D Karmakar 5 বছৰ 9 হিচাপপূৰ্বে
Name-Pratik karmakar, class-3 and age-8
YourName Debolina Biswas 5 বছৰ 9 হিচাপপূৰ্বে
name-Akshita Baruah
class-3
age-7
school-Vivekananda Academy,Borpawai
Shyamolima 5 বছৰ 9 হিচাপপূৰ্বে
Drawing by: Trishank Krishnatreya
6yrs,
Class:1
Cambridge school, noida