You don't have javascript enabled. Please Enabled javascript for better performance.

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

Start Date: 26-03-2020
End Date: 03-05-2020

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।

আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 164) অনুমোদিত অৱদানসমূহ (150) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (14) জমা বন্ধ
Reset
150 তথ্য পোৱা গ’ল
974220

Susanta Kumar Pattnaik 5 বছৰ 2 হিচাপপূৰ্বে

Corona is a tough decision and its impact is very interesting due to stay home, no step out. At home watching updates, writing to close ones on corona update and sad on corona trolls. Sneeze, cough, cold, feverish feel, headacheif slight even Intimating for doctors consultation, is always in mind. Most of time goes on corona watch and at most urgent step out with gloves and mask. Unexpectedly one of relation has come from outside and symptoms like above encounter, soon consulted doctor and advic

1051110

SAITRAM SOLANKI 5 বছৰ 2 হিচাপপূৰ্বে

कोरोना वायरस से सुरक्षा के लिए जागरूक रहें जागरूक करें। सतर्क रहें सुरक्षित रहें स्वस्थ रहें। घर पर रहे सुरक्षित रहे शासन प्रशासन को सहयोग करें। बाहरी राज्यों के कामकाजी भाई बहनों को सहयोग करें। सेवा परमो धर्म। मानवता की सेवा ही हमारा सर्वोपरि धर्म है। इस वैश्विक संकट में सबका साथ सबका सहयोग। जय हिंद जय असम। सईतराम सोलंकी ग्राम डेहरी तहसील कुक्षी जिला धार मध्य प्रदेश भारत।

769730

JAYANTA TOPADAR 5 বছৰ 2 হিচাপপূৰ্বে

During these crucial time of 21-days' national lockdown, I have been keeping an eye on the government notifications only regarding CoronaVirus and no other fake news or information that may mislead us to a dead end.
Moreover, I have been continuously contributing my level best to Quiz Columns,Language section, Poems, Articles etc. to English and Hindi news dailies as a hobby. It is better to be AWARE and CONSCIOUS about our duties and responsibilities than unnecessarily going OUTDOOR. Be SAFE .

2300

Doboka express 5 বছৰ 2 হিচাপপূৰ্বে

মাননীয় মূখ্য মন্ত্ৰী ডাঙৰীয়া কৰ'না সংক্ৰান্ত পৰা আমি ঘৰত আবদ্ধ হৈ ঘৰৰ কাম কাজ কৰি আছোঁ পৰিস্কাৰ পৰিচ্ছন্ন কৰি আছোঁ আৰু খোৱা বস্তু ভাতৰ পৰিবৰ্তে ভাত ডাইল বনাই খাই আছোঁ অভাৱৰ কাৰণে আৰু শাক-পাচলি ৰুপন কৰি সেইবোৰৰ লগত যত্ন কৰি আছোঁ কেইটামান ফটো দিছো আমি গাঁওলি লোকে চৰকাৰী নীতি নিয়ম মানি চলি আছোঁ সঘনে hand wash কৰি আছোঁ যিমান কৰিব লগীয়া আছে কৰি আছো।

200620

AMINUR ISLAM 5 বছৰ 2 হিচাপপূৰ্বে

আজি আমাৰ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ মহামাৰি কৰণাৰ বিৰুদ্দে যা পদক্ষেপ লইছে আমি মৰমাহিত। কাৰণ ২১ টা দিন আমি সকল অসম বাসি ৰাইজে মনাটো অতি গুৰত্বপূৰণ্য ।

1810

Shri Shri Sankardev Sewa Samiti 5 বছৰ 2 হিচাপপূৰ্বে

As an NGO, considering the extended lockd-own, we are doing the following :-
1. Distributing food packets (baby food if infants present) to the daily wage earners
2. Distributing hand sanitizers and masks as preventive care
3. Spreading awareness about importance of #Social Distancing
Geographies covered :-
1. Dibrugarh, Lahoal, Sivasagar, Jorhat, Lakhimpur
2. Navi Mumbai, Mumbra and Mumbai

PS : Pics attached are representative

12650

Hiranya Jyoti Das 5 বছৰ 2 হিচাপপূৰ্বে

Keeping the spirits up may seem a little difficult during these challenging times. But remember how we always wanted days off from all the hustle bustle? Now that we finally have it, let us make the best out of it. Panic will bear no fruit.

This is how I am spending mine, working from home, with my best companion, food.

  •