- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
খেল’ ইণ্ডিয়া য়ুথ গেমছ, ২০২০ গুৱাহাটিৰ বাবে শুভংকৰ প্ৰতীক সজা প্ৰতিযোগিতা
ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এখন আগৰণুৱা ৰাষ্ট্ৰ হিচাবে গঢ় দিয়াৰ ...
ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষক এখন আগৰণুৱা ৰাষ্ট্ৰ হিচাবে গঢ় দিয়াৰ উদ্দেশ্যে আৰু দেশৰ ক্ৰীড়া সংস্কৃতিক উদ্বুদ্ধ কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল খেল’ ইণ্ডিয়া কাৰ্যসূচী।
২০১৮ চনত নতুন দিল্লী আৰু ২০১৯ চনত পুণে চহৰত এই কাৰ্যসুচী অনুষ্ঠিত হোৱাৰ পাছত ২০২০ চনৰ জানুৱাৰী মাহত এই খেল’ ইণ্ডিয়া যুৱ প্ৰতিযোগিতাৰ বাবে সাজু হৈছে গুৱাহাটী চহৰ। এই প্ৰতিযোগিতাক প্ৰতিনিধিত্ব কৰে দুটাকৈ শুভংকৰ প্ৰতীকে – বিজয় নামৰ বাঘ আৰু জয়া নামৰ কৃষ্ণমৃগ। এই প্ৰতিযোগিতাৰ আয়োজনত জনতাৰ অংশগ্ৰহণত উৎসাহ যোগোৱাৰ লক্ষ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে এক শুভংকৰ প্ৰতীক সজা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ যোগেদি প্ৰতিযোগিতাৰ মূল শুভংকৰ প্ৰতীক দুটা একে ৰাখি ইয়াত অসমৰ সংস্কৃতি, বুৰঞ্জী, ভূগোল, প্ৰাকৃতিক সম্পদ আদি যিকোনো উপাদান সংযুক্ত কৰিব পাৰিব।
পুৰস্কাৰ : ১০,০০০ টকা
প্ৰেৰণৰ অন্তিম তাৰিখ : ২৬ ছেপ্তেম্বৰ , ২০১৯
কাৰিকৰী নিৰ্দেশনা আৰু চৰ্তাৱলীসমূহ :
• শুভংকৰ প্ৰতীকসমূহ ভেক্টৰ অথবা ৰেষ্টাৰ (raster) যোগে ১৮x১২ ইঞ্চি আকাৰত ডিজাইন কৰাতো প্ৰয়োজনীয়।
• ৰঙৰ ব্যৱহাৰত বাধ্যবাধকতা নাই।
• ডিজাইনটোৰ এক চমু পৰিচয় থকাটো বাঞ্চনীয়।
• JPG অথবা PNG-ত ডিজাইন সমূহ প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• ডিজাইন সমূহ assam.mygov.in-ৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• প্ৰেৰণকাৰীসকলে নিজৰ নাম, ঠিকনা, লিংগ, ইমেইল, মোবাইল নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
• নিৰ্বাচিত শুভংকৰ প্ৰতীকসমূহ অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচনা কৰা হ’ব আৰু ইয়াত ডিজাইনাৰৰ কোনো ধৰণৰ কৰ্তৃত্ব নাথাকিব।
• নিৰ্বাচিত প্ৰতীক অসম চৰকাৰে ইয়াৰ বিভিন্ন প্লেটফৰ্মত যিকোনো ৰূপত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব।
• যিকোনো সময়ত এই প্ৰতিযোগিতা স্থগিত ৰখাৰ কৰ্তৃত্ব অসম চৰকাৰৰ ওচৰত থাকিব।
• ডিজাইনসমূহ সম্পুৰ্ণ নিজা হ’ব লাগিব। অইন কোনো তৃতীয় পক্ষৰ ডিজাইনৰ পৰা নকল কৰা হ’লে সেই ডিজাইন প্ৰতিযোগিতাৰ পৰা খাৰিজ কৰা হ’ব।
• মাই গভ্ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।
Rajarshi Sagar 5 বছৰ 4 হিচাপপূৰ্বে
HERE IS MY SUBMISSION FOR THE KHELO INDIA YOUTH GAMES, GUWAHATI, ASSAM 2020
INSPIRED BY THE ONE-HORNED RHINOCEROS WHICH IS THE STATE ANIMAL AND ENDEMIC TO ASSAM STATE.
IN THIS MASCOT I HAVE TRIED TO SHOW RHINOCEROS AS AN ATHLETE BECAUSE ASSAM GOVERNMENT HAS DECIDED TO MAKE HIMA DAS AS THE STATE'S BRAND AMBASSADOR FOR SPORTS.
Simra Shireen 5 বছৰ 4 হিচাপপূৰ্বে
Khelo India Youth Games, Guwahati, Assam 2020
divyanshu bhatt 5 বছৰ 4 হিচাপপূৰ্বে
Divyanshu Bhatt submission for Mascot Design Competition for Khelo India Youth Games, Guwahati, Assam 2020 . The Mascot along with the description is attached herewith.
Sonam Keshari 5 বছৰ 4 হিচাপপূৰ্বে
Youth game
Dev Narayan 5 বছৰ 4 হিচাপপূৰ্বে
Khelo India Logo Contest
My Creation
Name: Dev Narayan Sao
Address: Balipara, Sonitpur, Assam
Pin:784101
Sex: Male
Email: dev.n.sao@gmail.com
dev784101@gmail.com
Mobile No: +91 6001793950
+91 9706726253
Chandra Shekhar 5 বছৰ 4 হিচাপপূৰ্বে
rhinoceros is a famous animal of Assam, it can be used in different games in a different pose.
Mukta Singha 5 বছৰ 4 হিচাপপূৰ্বে
My name is Hrit Sinha. I read in class lX. My phone is 9382690475