- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।
নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।









Arijit Rumu Baruah 7 বছৰ 6 হিচাপপূৰ্বে
Poem submission on Vajpayee Ji
Arijit Rumu Baruah
Jorhat, Assam
Phone: 6900536034, 9435525472
Sukanya Deka 7 বছৰ 6 হিচাপপূৰ্বে
mygov_1535300355455849.pdf
Salma Ahmed 7 বছৰ 6 হিচাপপূৰ্বে
THE SANDS OF TIME
The ticking of the clock, the flowing of the tides,
The changing seasons,
The journey from the foetus to the ripe old age;
All seem to say- time doesn’t wait.
No matter you be the mighty monarch
Or the shabby wimpy pauper
The wrath of the squandered time, you have to bear.
Like a hand full of sand
The hold cannot be prolonged;
You just fail to catch it tight
No matter how hard you fight;
In no time, it slips away
And life just goes by.
SUDIP BANIK 7 বছৰ 6 হিচাপপূৰ্বে
A tribute to Atal Bihari Vajpayee
Language - Fusion of English and Hindi
Maligaon,Guwahati
Priyanku Narayan Baruah 7 বছৰ 6 হিচাপপূৰ্বে
সন্মোহন।।
শব্দগুচ্ছৰে সমাজ দৰ্শনৰ সুগভীৰ তত্ব
জনতাৰ ধমনীয়েদি মগজুলৈ কঢ়িয়ালে যিয়ে
কৌটি কৌটি জনতাৰ আপোন সেই মানুহজন
প্ৰাণহীন সংবেদনালৈ ৰূপান্তৰিত।
অদম্য,স্থিতপ্ৰজ্ঞ স্বয়ংসেৱকজন স্বৰ্গগামী হ’ল।
এক নিষ্ঠুৰ সত্য।।
প্ৰিয় মানুহজনৰ চিতাৰ জুইক সাক্ষী কৰি
প্ৰতিশ্ৰুতি আজীৱন-
পৰম প্ৰজ্ঞাৱানজনৰ চেতনা সাৱটি দৃঢ়তাৰে আগুৱাই যোৱাৰ,সংকল্প সুগভীৰ।।
উত্তৰপূৱক হিয়া উজাৰি ভালপোৱা সেই যুগপুৰুষলৈ
স্ৰোতস্বিনী আদৰ্শৰ মহা অভিবাদন।
কিংবদন্তী হৈ ৰ’ল সেই মহান সত্বা।
হিন্দুসভ্যতাৰ মধ্যমণি নৱ ভাৰতৰ ৰূপকাৰ
মহাৰথীৰ মহাপ্ৰয়াণ।
DHEERAJ KAKATI 7 বছৰ 6 হিচাপপূৰ্বে
Subject -poem
NAME -DHEERAJ KAKATI
VILL -ABHOYPUR
PO -COLLEGE NAGAR
DIST -KAMRUP (ASSAM)
PIN -781031
language of the poem -ASSAMESE
CATEGORY -B
খ-শাখা
তেওঁ
এখন শান্ত সমাহিত মুখ
আৰু গভীৰ মনন
যাৰ হৃদয়ত জীয়াই আছিল দেশবাসী
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আছিল ৰাষ্ট্ৰভাষা
গীতেৰে,কবিতাৰে,বাণীৰে জিনিছিল হৃদয়
যাৰ প্রতিটো চিন্তা প্রতিটো কামত আছিল
দেশৰ বাবে নি:স্বাৰ্থ ত্যাগ
মৃত্যুৰ পাছত মহান লোক জীয়াই থাকে
সময়ৰ পাতত
তেওঁ জীয়াই থাকিব
শত কোটি ভাৰতীয়ৰ হৃদয়ত |
SushmitaSarkar 7 বছৰ 6 হিচাপপূৰ্বে
"MANZIL"
Kis manzil ki talaash mein
Yun bechain si hai ae zindagi,
Boond boond se saagar banane ki firaaq mein baithi
ae zindagi;
Hojana hai raakh ekdin
Laakh ke bane iss shareer ko,
Dur ke uss bhram ko chhod sachchi manzil pehchaan
ae zindagi;
Iraado ko apni zariya jo maine bana liya
Ab tu bhi raasta ban ja ae zindagi;
Dur ke uss kuwe ko chhod paas samandar pehchaan
ae zindagi.
Mukesh Singh 7 বছৰ 6 হিচাপপূৰ্বে
वह एक ध्रुव था
वह एक ध्रुव था,
निलकंठ सा स्वाभिमानी
कमल सा कोमल और न्यारा था
भारत मांं को प्यारा
वह एक ध्रुव तारा था।
पर आज कहीं वह चला गया है
हमें अनाथ बनाकर
आंसुओं के समंदर में बहाकर
जो जान से हमको प्यारा था
वह एक ध्रुव था।
कविताओं में जिसने
भारत का जय गान रचा
कर्मों से अपने जिसने
तिरंगे का मान रखा।
गली-गली,हर गांव जोड़कर
हिन्द का भाग्य संवारा था
वह एक ध्रुव था।
व्यक्ति नहीं व्यकतित्व था वह
नर नहीं नारायण का स्वरूप था वह
जिसने मिटाया हर अंधियारा था
वह एक ध्रुव तारा था।
DIBYAJYOTI BORAH 7 বছৰ 6 হিচাপপূৰ্বে
DIBYAJYOTI BORAH, Assam Science and Technology University, Guwahati-781013
DISHANK CHOUDHURY 7 বছৰ 6 হিচাপপূৰ্বে
My name_Dishank Choudhury
Poem name 'Grass'
Poem-
The big hairy monsters came in our place,
Playing, dancing, singing upon us
But we grass are independent puppets,
And couldn't but play with them.
The monsters eat us and drink us
Make us feel proud in their works,
But still we are independent puppets:
And couldn't but play with them