- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।
নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।









Pabitra Talukdar 7 বছৰ 6 হিচাপপূৰ্বে
অটল জী কি বাত
নাম হে অটল, কাম মই অটল
দায়িত্ব মে অটল, কৰ্তব্য মে অটল
সিদ্ধান্ত মে অটল, ৰূপায়িত মে অটল
ৰাষ্ট্ৰবাদ মে অটল জী, সমাজবাদ মে অটল জী
কবি মে অটল জী, পত্ৰকাৰ মে অটল জী
নিষ্ঠা মে অটল জী, সত্য মে অটল জী
বাতো মে অটল জী, সুননে মে অটল জী
অন্নপূর্ণা মে অটল জী , অন্তদয় অন্ন মে অটল জী
বৃদ্ধপেঞ্চন মে অটল জী,কীশান কাৰ্ড মে অটল
সজলধাৰা মে অটল জী, গ্ৰামৰোজগাৰ মে অটল
স্ব ৰোজগাৰ মে অটল জী, বালিকা সমৃদ্ধি মে অটল জী
PMAY মে অটল জী,PMGSY মে অটল জী
পঞ্চায়ত মে অটল জী, পোখৰান মে অটল জী
Pabitra Talukdar 7 বছৰ 6 হিচাপপূৰ্বে
অটল জী কি বাত
নাম হে অটল, কাম মই অটল
দায়িত্ব মে অটল, কৰ্তব্য মে অটল
সিদ্ধান্ত মে অটল, ৰূপায়িত মে অটল
ৰাষ্ট্ৰবাদ মে অটল জী, সমাজবাদ মে অটল জী
কবি মে অটল জী, পত্ৰকাৰ মে অটল জী
নিষ্ঠা মে অটল জী, সত্য মে অটল জী
বাতো মে অটল জী, সুননে মে অটল জী
অন্নপূর্ণা মে অটল জী , অন্তদয় অন্ন মে অটল জী
বৃদ্ধপেঞ্চন মে অটল জী,কীশান কাৰ্ড মে অটল
সজলধাৰা মে অটল জী, গ্ৰামৰোজগাৰ মে অটল
স্ব ৰোজগাৰ মে অটল জী, বালিকা সমৃদ্ধি মে অটল জী
PMAY মে অটল জী,PMGSY মে অটল জী
পঞ্চায়ত মে অটল জী, পোখৰান মে অটল জী
Pabitra Talukdar 7 বছৰ 6 হিচাপপূৰ্বে
স্বপ্নদ্ৰষ্টা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ স্মৃতিত স্বয়ং ৰচিত কবিতা """অটল জী কি বাত""এই কবিতাৰ মাজত তেওঁৰ জীৱন আৰু কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ।
Priyanku Sharma 7 বছৰ 6 হিচাপপূৰ্বে
ভাৰতৰ প্রাক্তন প্রধান মন্ত্রী যুগদ্রষ্টা
ঁঅটল বিহাৰী বাজপেয়ী দেৱলৈ শ্রদ্বাঞ্জলি
-------------------------------------
জীৱন্ত কিংবদন্তি
অপৰাজেয়,নিৰ্ভীক,বাকপটু
আধুনিক ভাৰতৰ স্বপ্নদ্রষ্টা,
মূল্যবোধৰ ৰাজনীতিৰ বাটকটীয়া,
ভাতৃত্ববোধৰ স্রষ্টা |
ব্যক্তিত্ব বিশাল,
নৱ সৃষ্টিৰে মহীয়ান,
যাৰ বক্তৃতাত সদায় পৰিস্ফুত হয়
মোৰ দেশ মহান |
সংগ্রামী সত্তা,
নাই কোনো হিংসা,
শব্দহীন আজি দেশ
যেন ভাৰত পিতৃহাৰা |
লেখক- প্রিয়ঙ্কু শৰ্মা (পিঞ্চু)
আমোলাপট্টি, নগাঁও (অসম)
ফোন: 9706071539
UTPAL NATH 7 বছৰ 6 হিচাপপূৰ্বে
subject-poem
NAME-UTPAL NATH
VILL-MOHEKHATI
PO-NAGSANKAR
DIST-BISWANATH(ASSAM)
PIN-784189
PHONE-6901342910
Language of the poem is-ASSAMESE
CATEGORY -B
খ -শাখা
Sailendra Babu 7 বছৰ 6 হিচাপপূৰ্বে
নাছিল ফে'চবুক, নাছিল টুইটাৰ। নাছিল ইনষ্ট্ৰাগ্ৰাম, নাছিল অৰকুট।
আছিল মহীৰূহ, আছিল হৃদয়বোধ, আছিল জীৱনবোধ।
থাকিব জীৱনযুঁজত, থাকিব সপোন সুন্দৰত, থাকিব মণিকূটত।
শীতৰ পথাৰত, আঘোণৰ নিঁয়ৰত,পকা ধানৰ থোঁকত ধৰণীক সৰগ কৰিলা।
শৰৎ অহাৰ পথেৰে, বৰ্ষাৰ প্লাৱনত। ভাদৰ নৌকাত উঠি গুছি গ'লা।
জগত জুৰি ঘূৰি, সপোন সৌধ মেলি, জীৱন গতিত দিয়া শকতি।
থাকিবা সদায়ে সঠিক পথৰ দিক নিৰ্দেশনা দি।
নিদিও বিদায় নকৰো শোক, তোমাৰ জীৱন আমাৰ পাথেয়।