- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আমাৰ সৈতে শ্বেয়াৰ কৰক চাইকেল চলোৱাৰ অভিজ্ঞতা
এক সুস্থ আৰু সবল স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে আমি সকলোৱে চাইকেল ...
এক সুস্থ আৰু সবল স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে আমি সকলোৱে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলা উচিত । এই অভ্যাস হৃদৰোগ, ষ্ট্ৰ’ক, বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ, বহুমূত্ৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ।
এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বহু সচেতন লোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলাৰ দিশত মনোনিৱেশ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। বিশ্ব বাইচাইকেল দিৱসৰ লগত সংগতি ৰাখি মাই গভ অসমে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। আপোনাৰো যদি চাইকেল চলোৱাটো এক নিয়মীয়া অভ্যাস, তেন্তে এখন চেল্ফি অথবা এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি মাই গভ অসমক টেগ কৰক।
তলত মন্তব্য আকাৰে আপোনাৰ চেল্ফি প্ৰেৰণ কৰক অথবা ছ’চিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰি মাই গভ অসমক টেগ কৰক।
অন্তিম তাৰিখ: ৩ জুন, ২০২১
Gaurabdas 3 বছৰ 7 হিচাপপূৰ্বে
Cycling is a good exercise
Samar Jyoti Baishya 3 বছৰ 7 হিচাপপূৰ্বে
Instagram Profile: samar_j
user 3 বছৰ 7 হিচাপপূৰ্বে
মই চাইকেল চলাই ভাল পাওঁ।
user 3 বছৰ 7 হিচাপপূৰ্বে
চাইকেল চলোৱা মোৰ নিয়ামিত অভ্যাস।
Tanzim Hussain 3 বছৰ 7 হিচাপপূৰ্বে
Staying fit is an habit, and to enjoy your fitness start cycling !!
Tanzim Hussain 3 বছৰ 7 হিচাপপূৰ্বে
When the spirits are low, when the day appears dark, when work becomes monotonous, when hope hardly seems worth having, just mount a bicycle and go out for a spin down the road, without thought on anything but the ride you are taking