You don't have javascript enabled. Please Enabled javascript for better performance.

আমাৰ সৈতে শ্বেয়াৰ কৰক চাইকেল চলোৱাৰ অভিজ্ঞতা

Start Date: 29-05-2021
End Date: 03-06-2021

এক সুস্থ আৰু সবল স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে আমি সকলোৱে চাইকেল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
আমাৰ সৈতে শ্বেয়াৰ কৰক চাইকেল চলোৱাৰ অভিজ্ঞতা

এক সুস্থ আৰু সবল স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে আমি সকলোৱে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলা উচিত । এই অভ্যাস হৃদৰোগ, ষ্ট্ৰ’ক, বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ, বহুমূত্ৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ।
এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বহু সচেতন লোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলাৰ দিশত মনোনিৱেশ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। বিশ্ব বাইচাইকেল দিৱসৰ লগত সংগতি ৰাখি মাই গভ অসমে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। আপোনাৰো যদি চাইকেল চলোৱাটো এক নিয়মীয়া অভ্যাস, তেন্তে এখন চেল্ফি অথবা এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি মাই গভ অসমক টেগ কৰক।
তলত মন্তব্য আকাৰে আপোনাৰ চেল্ফি প্ৰেৰণ কৰক অথবা ছ’চিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰি মাই গভ অসমক টেগ কৰক।

অন্তিম তাৰিখ: ৩ জুন, ২০২১

সকলো মন্তব্য
Total Submissions ( 26) Approved Submissions (26) Submissions Under Review (0) জমা বন্ধ
Reset
26 তথ্য পোৱা গ’ল

PANKAJ UPADHYAY 4 বছৰ 2 হিচাপপূৰ্বে

Do cycling. stay fit.
Go green. DO CYCLING.
আহক আমি সকলো মিলি CYCLE চলাও..নিজে স্বাস্থ্যবান হওঁ। সুন্দৰ এক অভ্যাস গঢ় লওঁ.
ধন্যবাদ.
পংকজ উপাধ্যায়. যোৰহাট CYCLING COMMUNITY.

ajay dewan 4 বছৰ 2 হিচাপপূৰ্বে

I am 61 years now and my cycling passion is increasing by the years. I stay in Bangalore and its been almost a decade now that I have been cycling. For almost half a decade now I have never used a car and all my official works or personal works I have been doing on my cycle. I cycle almost 500 km a month. I had a 21 gear cycle till recently and now I have purchased an electric cycle. Please note electric mode I use only in emergencies during steep climb. Every sunday I cycle 75km solo.