- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আমাৰ সৈতে শ্বেয়াৰ কৰক চাইকেল চলোৱাৰ অভিজ্ঞতা
এক সুস্থ আৰু সবল স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে আমি সকলোৱে চাইকেল ...
এক সুস্থ আৰু সবল স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ’লে আমি সকলোৱে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলা উচিত । এই অভ্যাস হৃদৰোগ, ষ্ট্ৰ’ক, বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ, বহুমূত্ৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ।
এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বহু সচেতন লোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলাৰ দিশত মনোনিৱেশ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। বিশ্ব বাইচাইকেল দিৱসৰ লগত সংগতি ৰাখি মাই গভ অসমে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। আপোনাৰো যদি চাইকেল চলোৱাটো এক নিয়মীয়া অভ্যাস, তেন্তে এখন চেল্ফি অথবা এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি মাই গভ অসমক টেগ কৰক।
তলত মন্তব্য আকাৰে আপোনাৰ চেল্ফি প্ৰেৰণ কৰক অথবা ছ’চিয়েল মিডিয়াত ভিডিঅ’ আপলোড কৰি মাই গভ অসমক টেগ কৰক।
অন্তিম তাৰিখ: ৩ জুন, ২০২১
AyushRajoria 3 বছৰ 7 হিচাপপূৰ্বে
#worldbicycleday2021
Save fossil fuels and go by cycling .
JUSTINEKASHYAP 3 বছৰ 7 হিচাপপূৰ্বে
Myself Justine Kashyap from Guwahati. I went for NATIONAL ROAD CYCLING COMPETITION 2021 that held form march 05-08 in NAVI MUMBAI.
JUSTINEKASHYAP 3 বছৰ 7 হিচাপপূৰ্বে
Myself Justine Kashyap From Assam Guwahati.. Went to Ntional Roadcycling to national 2021 From March 05 - 08...
PANKAJ UPADHYAY 3 বছৰ 7 হিচাপপূৰ্বে
Do cycling. stay fit.
Go green. DO CYCLING.
আহক আমি সকলো মিলি CYCLE চলাও..নিজে স্বাস্থ্যবান হওঁ। সুন্দৰ এক অভ্যাস গঢ় লওঁ.
ধন্যবাদ.
পংকজ উপাধ্যায়. যোৰহাট CYCLING COMMUNITY.
ajay dewan 3 বছৰ 7 হিচাপপূৰ্বে
I am 61 years now and my cycling passion is increasing by the years. I stay in Bangalore and its been almost a decade now that I have been cycling. For almost half a decade now I have never used a car and all my official works or personal works I have been doing on my cycle. I cycle almost 500 km a month. I had a 21 gear cycle till recently and now I have purchased an electric cycle. Please note electric mode I use only in emergencies during steep climb. Every sunday I cycle 75km solo.
Madhurjya Talukdar 3 বছৰ 7 হিচাপপূৰ্বে
My gov Assam
Dishanta Adhikari 3 বছৰ 7 হিচাপপূৰ্বে
Photo was taken during morning cycle ride on 30th May.
Email - dishantaadhikari24@gmail.com
Contact No. 7577905885
Santanu Datta 3 বছৰ 7 হিচাপপূৰ্বে
In my movement to focuus river pollution through photograph my cycle always gives me company. Here also my cycle is witnessing river pollution through the lens of my camera
Hiranya Das 3 বছৰ 7 হিচাপপূৰ্বে
Joy of riding...
Hiranya Jyoti Das 3 বছৰ 7 হিচাপপূৰ্বে
চাইকেল চলোৱাৰ আনন্দ