- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আপোনাৰ সুপৰিচিত সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলীখন
অপৰূপ প্ৰাকৃতিক পৰিৱেশ, চহকী ঐতিহ্য, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু ...

অপৰূপ প্ৰাকৃতিক পৰিৱেশ, চহকী ঐতিহ্য, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু বুৰঞ্জীয়ে পৰশা উত্তৰ-পূব ভাৰতৰ এখন সমৃদ্ধিশালী ৰাজ্য অসম। পৰ্যটনৰ দিশত অপাৰ সম্ভাৱনাপূৰ্ণ এই ৰাজ্যই ইতিমধ্যে দেশৰ পৰ্যটন মানচিত্ৰত এক বিশেষ স্থান দখল কৰিছে। উল্লেখ্য যে অসমত এতিয়াও এনে কিছুমান অল্পখ্যাত ঠাই আছে যিসমূহত মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰৰ লগতে চহকী ঐতিহ্যও লুকাই আছে। এনে ঠাইসমূহৰ প্ৰচাৰ তথা প্ৰসাৰৰ জৰিয়তে ৰাজ্যখনক পৰ্যটনৰ দিশত আগুৱাই নিবলৈ আমি সকলো যত্নৱান হ’ব লাগিব।
২৭ ছেপ্টেম্বৰ, ’বিশ্ব পৰ্যটন দিৱস’ উপলক্ষে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ তথা অল্পখ্যাত ঠাইসমূহৰ প্ৰচাৰ তথা প্ৰসাৰৰ পোষকতাৰে 'মাই গভ্ অসম'-এ ফটো অথবা ভিডিঅ’ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।
আপোনাৰ চিনাকি যিকোনো অল্পখ্যাত ঠাইৰ ফটো অথবা ভিডিঅ’ প্ৰস্তুত কৰি ঠাইখনৰ বিষয়ে সবিশেষ লিখি আমালৈ প্ৰেৰণ কৰিব পাৰে।
ফটো অথবা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি 'মাই গভ্ অসম'ক টেগ কৰিব লাগিব। অথবা তলত মন্তব্য আকাৰেও প্ৰেৰণ কৰিব পাৰে।
ফটো অথবা ভিডিঅ’সমূহ 'মাই গভ্ অসম'ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব। চিত্ৰ-ভিডিঅ'
প্ৰেৰণৰ অন্তিম তাৰিখ ১০ অক্টোবৰ, ২০২১