You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ প্ৰিয় ঠাই

Start Date: 30-01-2020
End Date: 31-03-2020

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু বিশাল মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জেউতি দুগুণে চৰায়। প্ৰকৃতিয়েই নহয়, অসমৰ ঐতিহ্যময় কৃষ্টি, সংস্কৃতি আৰু বুৰঞ্জীয়ে অসমভূমিক দিয়ে অনন্য পৰিচয়। বহু হাজাৰ বছৰীয়া ইতিহাসৰ সাক্ষী অসমভূমি দেশৰ ভিতৰতে এক উল্লেখযোগ্য পৰ্যটনভূমি।

আপুনি নিশ্চয় অসমৰ বিভিন্ন পৰ্যটন স্থলী ভ্ৰমণ কৰিছে। এই ঠাইসমূহৰ ভিতৰত কোনখন ঠাই আপোনাৰ আটাইতকৈ প্ৰিয় আৰু কিয়? আপোনাৰ মতামত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 36) অনুমোদিত অৱদানসমূহ (24) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (12) জমা বন্ধ
Reset
24 তথ্য পোৱা গ’ল
2740

Chetan Kumar neog 7 হিচাপ 1 দিন পূৰ্বে

লখিমপুৰ জিলাৰ বান্দৰদেৱা ৰ পাহাৰীয়া কাষ টো বহুত প্ৰিয় tourist ৰো প্রিয়

বান্দৰদেৱা বা দোপাং ফালে Arunachal ৰ সিমান্তত কিছো মান দুসাহসিক ক্ৰিয়া ৰ ব্যৱস্হা কৰিৱ পৰা যায় ।
দৈজিং ৰ নিচিনা উৎসৱ ৰ অয়োজন কৰিলে
লখিমপুৰত tourist ৰ আগমন বাহিৱ ...
লখিমপুৰৰ যুৱ সমাজ সাজু
ব্যবস্হা কৰক .. অপোনালোকে ???'

500

Indrajit sanduk 7 হিচাপ 1 সপ্তাহ পূৰ্বে

ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান| ই শ্ৰী সূৰ্য্য পাহাৰৰ পূৱ অংশত অৱস্থিত| ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্য্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে| শ্ৰী সূৰ্য্যপাহাৰত থকা ভগ্নাৱশেষ বোৰে আমাক তিনিটা প্ৰধান ধৰ্ম- ব্ৰাহ্মণ্য (হিন্দু), বৌদ্ধ, আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়| ইয়াত এই তিনিটা ধৰ্মৰ ভগ্নাৱশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰা দেখিবলৈ পোৱ

2040

Deepak Kamat 7 হিচাপ 1 সপ্তাহ পূৰ্বে

Gharbhanga Forest in the outskirts of Guwahati city that shares its borders with the neighbouring state of Meghalaya is a magnificient beauty of Assam, the dense forest is a must visit place to experience the true beauty of the wild-lofe of Assam. A home to the great Elephants and the rare Gold Langoors this placing is an extra-ordinary mix of human and nature. The famous Bhimashankar Jyotirlinga in the middle of the forest adds even more to this place.

260

Manish Majhi 7 হিচাপ 1 সপ্তাহ পূৰ্বে

The kaziranga national park is home to two thirds of the planets population of the one horned rhinoceros.A part from that this national park is also a world heritage site and a major highlights on the Assam tourist places map.Its vibrant well preserved sustained ecology and a versatile biodiversity is what contribute to keeping this place on the top of the list of tourist places in assam.other than the onehorned rhino the park draws its popularity from other pleasant surprise like the swamp dear

7630

PRADNYA ROY 7 হিচাপ 1 সপ্তাহ পূৰ্বে

I Love Kamakhya Temple…………….
The Kamakhya Temple (Assamese: কামাখ্যা দেৱালয়) also known as Kamrup-Kamakhya temple, Kamakhya Devalaya, is a Hindu temple dedicated to the mother goddess Kamakhya. It is one of the oldest of the 51 Shakti Pithas.
Pradnya Roy
Class VII
South Point School
Guwahati
8638943365

234450

DrBenoyKumarChattapadhyaya 7 হিচাপ 2 সপ্তাহ পূৰ্বে

I like Kamrup Kamakhya,it is an sakhtiphit. All Tanrik are coming there for Tantra Sadhana. It is in Gawhati near the Nilachal hill.It is an so beautiful place. We are getting peace of mind there.In all over Assam natural beauty is there a and attractive festival as well as foods.