You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ তিনিটা প্ৰিয় ভূপেন্দ্ৰ সংগীত

Start Date: 07-09-2019
End Date: 01-10-2019

ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাদেৱক ওপজা দিনত স্মৰণ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাদেৱক ওপজা দিনত স্মৰণ

অসমৰ সঙ্গীতৰ আকাশত সদায়েই জিলিকি থকা এটি ভোটাতৰা হৈছে ভাৰত ৰত্ন ড: ভূপেন হাজৰিকা। দেশৰ সংগীতৰ ক্ষেত্ৰখনলৈ হাজৰিকা দেৱে আগবঢ়োৱা অৱদান দেশবাসীয়ে সদায়েই স্মৰণ কৰিব।
একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত আৰু চলচ্চিত্ৰ পৰিচালক সুধাকণ্ঠ ড: ভূপেন হাজৰিকা দেৱৰ ৮ ছেপ্তেম্বৰত ওপজা দিন। প্ৰিয় গীতেৰে মহান স‌ংগীতজ্ঞ গৰাকীক জন্মদিনত স্মৰণ কৰো আহক।
আপোনাৰ প্ৰিয় তিনিটা ভূপেন্দ্ৰ সংগীত তলত মন্তব্য আকাৰে উল্লেখ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 42) অনুমোদিত অৱদানসমূহ (24) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (18) জমা বন্ধ
Reset
24 তথ্য পোৱা গ’ল
86850

Chandra Shekhar 4 বছৰ 7 হিচাপপূৰ্বে

My three favourites are
1. O Bideshi Bondhu (A song about a foreigner).
2. Manuhe Manuhor Babe (Tum Hi Tum Ho)(A thoughtful song about humanity).
3. Moi Eti Jajabor (A song where Bhupen Hazarika describes himself as a homeless person who lives life in the lap of nature).

20060

Nilakshi Deka 4 বছৰ 7 হিচাপপূৰ্বে

অসমীয়া সংগীত জগতত মোৰ আটাইতকৈ প্ৰিয় শিল্পীগৰাকী হ’ল ডঃ ভূপেন হাজৰিকাদেৱ কাৰণ সংগীতজগতলৈ তেখেতৰ অৰিহণা অপৰিহীম ৷ তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি অসমবাসীৰ বাবে অমূল্য সম্পদ ৷ গীতিকাৰ,সুৰকাৰ,গায়ক,কথাছবি নিৰ্মাতা হিচাপে তেওঁ আছিল এজন অসাধাৰণ ব্যক্তি ৷ তেখেতৰ প্ৰত্যেকটো গীতেই মোৰ খুৱেই ভাল লাগে আৰু অনুপ্ৰেৰণা দিয়ে, কিয়নো তেখেতৰ ৰচিত বহু সংখ্যক গীতেই দেশপ্ৰেমমূলক ।