You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ তিনিটা প্ৰিয় ভূপেন্দ্ৰ সংগীত

Start Date: 07-09-2019
End Date: 01-10-2019

ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাদেৱক ওপজা দিনত স্মৰণ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ভাৰত ৰত্ন ড: ভূপেন হাজৰিকাদেৱক ওপজা দিনত স্মৰণ

অসমৰ সঙ্গীতৰ আকাশত সদায়েই জিলিকি থকা এটি ভোটাতৰা হৈছে ভাৰত ৰত্ন ড: ভূপেন হাজৰিকা। দেশৰ সংগীতৰ ক্ষেত্ৰখনলৈ হাজৰিকা দেৱে আগবঢ়োৱা অৱদান দেশবাসীয়ে সদায়েই স্মৰণ কৰিব।
একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত আৰু চলচ্চিত্ৰ পৰিচালক সুধাকণ্ঠ ড: ভূপেন হাজৰিকা দেৱৰ ৮ ছেপ্তেম্বৰত ওপজা দিন। প্ৰিয় গীতেৰে মহান স‌ংগীতজ্ঞ গৰাকীক জন্মদিনত স্মৰণ কৰো আহক।
আপোনাৰ প্ৰিয় তিনিটা ভূপেন্দ্ৰ সংগীত তলত মন্তব্য আকাৰে উল্লেখ কৰক।

সকলো মন্তব্য
Total Submissions ( 42) Approved Submissions (24) Submissions Under Review (18) জমা বন্ধ
Reset
24 তথ্য পোৱা গ’ল

PARAGJYOTI KALITA 6 বছৰ 4 হিচাপপূৰ্বে

মোৰ ভাল লগা তিনিটা ভূপেন্দ্ৰ সঙ্গীত
১) মানুহে মানুহৰ বাবে ।
২) বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে ।
৩) মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম ।

Rekha Bora 6 বছৰ 4 হিচাপপূৰ্বে

মোৰ প্ৰিয় তিনিটা ভূপেন্দ্ৰ সঙ্গীত
১) সহস্ৰ জনে মোক প্ৰশ্ন কৰে
২) মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম
৩) মহাবাহু ব্ৰহ্মপুত্ৰ মহা মিলনৰ তীৰ্থ

Sanjib kr Das 6 বছৰ 4 হিচাপপূৰ্বে

संगीत गुरु भूपेन दा जी को साल में
दो बार याद करने से नहीं होगा, अमर
शिल्पी को अमर रखने के लिए उनके संगीत
का परम्परा को बनाएं रखना होगा, ओर उसके
लिए संगीत विद्यालय, यूनिवर्सिटी खोलने होगा,
ओर बच्चे को संगीत का जानकारी शिक्षा
उसाह देना होगा, तभी जाकर सही में
भूपेन जी को श्रद्धाजंलि देना होगा ।