You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ অনুভৱেৰে মাতৃলৈ চেনেহৰ উপহাৰ

Start Date: 08-05-2019
End Date: 20-05-2019

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা সম্পূৰ্ণ হ’ব নোৱাৰে। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা সম্পূৰ্ণ হ’ব নোৱাৰে। মাতৃৰ কোলাতে আৰম্ভ হয় জীৱনৰ আদি পাঠশালা। অনেক প্ৰত্যাহ্বান নেওচি জীৱনযাত্ৰাত আগুৱাই যোৱাৰ প্ৰেৰণা যোগায় মাতৃয়ে। সেয়েহে মাতৃস্নেহৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে মে’ মাহৰ দ্বিতীয় দেওবাৰটো “আন্তৰ্জাতিক মাতৃ দিৱস” হিচাবে পালন কৰা হয়।
অহা ১২ মে’ মাতৃ দিৱস উপলক্ষে মাতৃৰ স’তে থকা আপোনাৰ স্মৰণীয় মুহূৰ্তবোৰ জনতাৰ চৰকাৰ MyGov Assam ৰ জৰিয়তে শ্বেয়াৰ কৰক।
আপোনাৰ মাতৃলৈ মৰমৰ কৃতজ্ঞতাৰে তেওঁৰ বাবে লিখা এটি গীত, ভিডিঅ’, সৰল মুহুৰ্ত (Candid Moments)-ৰ ফটো , কবিতা অথবা যিকোনো লেখা জনতাৰ চৰকাৰ MyGov Assam লৈ প্ৰেৰণ কৰক।

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত সমল জনতাৰ চৰকাৰ MyGov Assam ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ব্যৱহাৰ কৰা হ’ব।

অন্তিম তাৰিখ – ২০ মে’, ২০১৯

(লেখা অথবা সমল মৌলিক হোৱাটো বাধ্যতামূলক)

সকলো মন্তব্য
মুঠ অৱদান ( 108) অনুমোদিত অৱদানসমূহ (105) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (3) জমা বন্ধ
Reset
105 তথ্য পোৱা গ’ল
1420

Meghana P 4 বছৰ 10 হিচাপপূৰ্বে

This is to the beloved one
Whose sacrifices cannot be
Fullfiled in my life time

She can be called just by three
Letters...!!
But her presence can never
Be accomplished even by
Thousands of loved ones..!!

Such a precious gift
To all souls by the lord
Of universe is that
Gorgious lady whom I admire,
Adore,appreciate and admit
All my feelings...!!

She is more than my LIFE...❤

6530

Kaltyan Sarkar 4 বছৰ 10 হিচাপপূৰ্বে

"MOTHER"
Always in a jocund mode and simplicity as beautiful
as a covey,
But they are at their best when they find anyone laze
like a gecko,
Sets him/her right by their dejure dekko.
Their techniques to enrobe a layette and ensconce from a child,
Fascinates us all and we smile,
And this proves that feminism is always in the
midst of lily-of-the-nile.
When annoyed, spends time in cloister,
They are never a persecutor,
But discharges everything into the earth by
acting as a lightning conductor.

100

Manoj Naayaab 4 বছৰ 10 হিচাপপূৰ্বে

"तब रोटी बनती है"

कितना कुछ डाला जाता है 

तब जाकर रोटी बनती है ।

भजन सुनाते लोरी गाते

बचपन की बातें बतलाते

माँ छलनी से आटा छनती है

तब जाकर रोटी बनती है ।

संस्कारों का  पल्लू ओढ़कर

जीवन भर का नेह निचोड़कर

ममता के जल से आटा सनती है

तब जाकर रोटी बनती है ।

हर पल तकती तेरी थाली

एक पल भी वो रहे न खाली

तेरे चेहरे की हँसी को देखकर

माँ हर पल हर सांस मचलती है

तब जाकर रोटी बनती है ।

तूने बस देखे है उजाले

सोफे पर बैठे रहने वाले

जाकर देख कभी चौके मैं

धुंए से आँखें जलती है

450

Surajit Kalita 4 বছৰ 10 হিচাপপূৰ্বে

Always love your Mother, Because you will never get another.
God Can not be everywhere with everyone at the same time, so he have created a soul and the creature name being given as "MOTHER" the one who is always there with us all the time on behalf of GOD. The only soul in the world who will love you selflessly, unconditionally till her last breath. Treasure her and respect her as the way you can.
My SALUTE to all Mothers in the world.

300

Mr Falguni Banerjee 4 বছৰ 10 হিচাপপূৰ্বে

Maa,
I quarrel with you, find fault with you, scold you, fight with you.Still you arrange my dress, cosmetics, college bag, daily tiffin on my demand. At the end of the day when it is silent night, my eyes cannot afford to keep open, you put your hand on my forehead. I love you Maa!

21840

Dayananda Dutta 4 বছৰ 10 হিচাপপূৰ্বে

মা
আকাশৰ বিশালতা সমান তোমাক ভাল পাওঁ
সাগৰ গভীৰতা দৰে শ্ৰদ্ধা তোমালৈ।
মোৰ প্ৰথম ভালপোৱা।
উৎস মোৰ প্ৰেৰণাৰ
প্ৰথম দৃষ্টিৰ তুমি জোনাক ।।
মোৰ কপালত লিখা লিখন তোমাৰ
ৰঙীন মোৰ জীৱন
তোমাৰ দান।
সপোন তুমি
আপোন তুমি,
মোৰ মনৰ দাপোন তুমি,
মন সাগৰৰ মুকুতা তুমি।
অ মা নাযাবা দেই
মোক এৰি
উশাহ বোৰ ঘন হব
তোমাৰবিনে
মই কেৱল দুখী।।
কথা - দয়ানন্দ দত্ত, লখিমপুৰ

3320

Gayatree saikia 4 বছৰ 10 হিচাপপূৰ্বে

মা,এটা আবেগ সনা শব্দ।মা মোৰ অতি হেঁপাহৰ।সিদিনা দেউতাৰ মৃত্যুক বুজিব পৰাকে ডাঙৰ হোৱাই নাছিলো।যন্ত্ৰনাবোৰ বুকুত সামৰি সাহসেৰে জীৱন আগুৱাই লৈ যোৱা মোৰ মা মোৰ সাহস আৰু ভৰসা।শব্দৰে প্ৰকাশ কৰি আজি এক আনন্দ পাইছো।মা তুমি সুস্হ হৈ থাকা,বহুত দীঘলীয়া সময়লৈ আমাৰ সাহস আৰু আদৰ্শ হৈ থাকা।"তোমাৰ চুলিবোৰ পকিবলে নিদিবা,তামোল নাখাবা আৰু চালৰ যত্ন লবা।বুঢ়ী হ'লে তোমাক বৰ বেয়া দেখাব মা।"এনেকৈ কৈ মাৰ লগত কৰা ধেমালীবোৰে মোৰ জীৱনত সজীৱ কৰি তোলে।মা তুমি অতুলনীয়।