You don't have javascript enabled. Please Enabled javascript for better performance.

আপুনি সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ কৰেনে?

Start Date: 10-05-2019
End Date: 30-12-2020

বৰ্তমান ইলেকট্ৰনিক জাৱৰ (Electronic Waste), প্লাষ্টিকজাত সামগ্ৰী আদিয়ে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বৰ্তমান ইলেকট্ৰনিক জাৱৰ (Electronic Waste), প্লাষ্টিকজাত সামগ্ৰী আদিয়ে প্ৰৰিৱেশৰ প্ৰতি এক ভাবুকি কৰিয়াই আনিছে। ফলত সামগ্ৰীৰ পুনৰ্ব্যৱহাৰৰ ধাৰণা গঢ় লৈ উঠিছে।আপুনিও যদি একেবিধ সামগ্ৰী বিভিন্ন কামত পুনৰ্ব্যৱহাৰ কৰে তেন্তে আমাক জনাওঁক। ১০০ শব্দৰ ভিতৰত আপোনাৰ সামগ্ৰী পুনৰ্ব্যৱহাৰৰ বিভিন্ন অভিজ্ঞতা লিখি আমালৈ প্ৰেৰণ কৰক, লগত ফটো অথবা ভিডিঅ'ও সংলগ্ন কৰিব পাৰে।

সকলো মন্তব্য
Total Submissions ( 25) Approved Submissions (15) Submissions Under Review (10) জমা বন্ধ
Reset
15 তথ্য পোৱা গ’ল

Aishwaria Roy Saha 6 বছৰ 4 হিচাপপূৰ্বে

My name is Aishwaria Roy Saha. I am a student of Class 9, Budding Buds Sr. Secondary School, Tinsukia. I used to recycle the waste materials by making different items for home decoration ans also I used plastic bottles for making windcham, used plastic Bowls for making fengshui tortoise and used plastic and paper cups for making wall decorative.

Apan Chowdhury 6 বছৰ 4 হিচাপপূৰ্বে

প্লাষ্টিক পলিথিন পেলাই নিদি পুনৰব্যৱহাৰ কৰিব পাৰি আৰ আমাৰ মা সিহে কৰিলে
প্লাষ্টিক পলিথিন দি আমাৰ মা ডোৰমেট বোনালে

Apan Chowdhury 6 বছৰ 4 হিচাপপূৰ্বে

আমাৰ নমস্কাৰ গ্ৰহণ কৰিব
মই অপন চৌধুৰী লামডিংৰ নিউ কলোনী নীবাসি
সাৰ আমাৰ বাসগৃহৰ চাৰিওফালে থকা বাউন্ডেৰী আমি বাহৰ খুটা দি পিচত টিনা দি পেলাই বাউন্ডেৰী বুৰ আবদ্ধ কৰিলো যতে আমি দি থকা বাহৰ খুটা বিলাক বৰষুণৰ পানী বাহৰ ভিতৰত সোমাই যাতে বেয়া না হয় হেয়াৰ কথা লক্ষ্যৰে আমি খোৱা পানীৰ বোতল আৰু বিভিন্ন সফট শৰবত জাতীয় বোতলৰে কাটি পেলাই দু ভাগ কৰি আমি দি থকা বাহৰ খুটা বিলাকৰ মূৰত আবদ্ধ কৰি সেইবোৰ বোতলৰে আমি আকৌ পুনৰ বেবহাৰ কৰিলো।

MINTU RAJKHOWA 6 বছৰ 5 হিচাপপূৰ্বে

বৰ্তমান প্লাষ্টিকজাত সামগ্ৰীয়ে পৰিবেশৰ প্ৰতি ভয়াবহ সমস্যা মাটি আনিছে | সেয়েহে আমি ব্যবহাৰ কৰা প্লাষ্টিকৰ অপ্ৰয়োজনীয় অংশবোৰ সংৰক্ষন কৰি পুনৰ সেইবোৰ ব্যবহাৰ উপযোগী সামগ্ৰী নিৰ্মান কৰা উদ্ৰ্যোগলৈ প্ৰেৰণ কৰিব লাগে|

Biswajit Dutta 6 বছৰ 5 হিচাপপূৰ্বে

প্লাষ্টিকৰ বটল নাইবা পলিথিন পেলাই নিদি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিব পাৰি । আমি সেইখিনি কৰিছোঁ । পলিথিন পেলাই নিদি গোটাই ৰাখি নিদিষ্ট সময়ৰ অন্তৰালত দোকানত দিওঁ ।

BISWANATH PANDA 6 বছৰ 5 হিচাপপূৰ্বে

Dear sir

coconut product are like rope, toys, traditional cook ware. These are easy to make it with small technichal training. Some industry developement department are working for this. Even financing for developing & manufacturing. MSME is the one of them.

THANKS

REGARDS

WIN
BISWANATH PANDA
JATANI, KHORDA, ODISHA, INDIA, 752050