You don't have javascript enabled. Please Enabled javascript for better performance.

আপুনি সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ কৰেনে?

বৰ্তমান ইলেকট্ৰনিক জাৱৰ (Electronic Waste), প্লাষ্টিকজাত সামগ্ৰী আদিয়ে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বৰ্তমান ইলেকট্ৰনিক জাৱৰ (Electronic Waste), প্লাষ্টিকজাত সামগ্ৰী আদিয়ে প্ৰৰিৱেশৰ প্ৰতি এক ভাবুকি কৰিয়াই আনিছে। ফলত সামগ্ৰীৰ পুনৰ্ব্যৱহাৰৰ ধাৰণা গঢ় লৈ উঠিছে।আপুনিও যদি একেবিধ সামগ্ৰী বিভিন্ন কামত পুনৰ্ব্যৱহাৰ কৰে তেন্তে আমাক জনাওঁক। ১০০ শব্দৰ ভিতৰত আপোনাৰ সামগ্ৰী পুনৰ্ব্যৱহাৰৰ বিভিন্ন অভিজ্ঞতা লিখি আমালৈ প্ৰেৰণ কৰক, লগত ফটো অথবা ভিডিঅ'ও সংলগ্ন কৰিব পাৰে।

নিৰ্বাচিত অভিজ্ঞতাসমূহ আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সমূহত প্ৰকাশ কৰা হ'ব আৰু একোখন প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব।

কেনেদৰে প্ৰেৰণ কৰিব?
মাই গভ্‍ অসম ৱেবপৰ্টেলৰ 'কাৰ্য' শিতানৰ মন্তব্য শাখাত গৈ অথবা mygovassam@gmail.com মেইলৰ যোগেদি
আমালৈ আপোনাৰ লিখনী পঠিয়াব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 15) অনুমোদিত অৱদানসমূহ (13) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (2) জমা বন্ধ
Reset
13 তথ্য পোৱা গ’ল

Aishwaria Roy Saha 1 month 2 সপ্তাহ পূৰ্বে

My name is Aishwaria Roy Saha. I am a student of Class 9, Budding Buds Sr. Secondary School, Tinsukia. I used to recycle the waste materials by making different items for home decoration ans also I used plastic bottles for making windcham, used plastic Bowls for making fengshui tortoise and used plastic and paper cups for making wall decorative.

Apan Chowdhury 2 হিচাপ 2 দিন পূৰ্বে

প্লাষ্টিক পলিথিন পেলাই নিদি পুনৰব্যৱহাৰ কৰিব পাৰি আৰ আমাৰ মা সিহে কৰিলে
প্লাষ্টিক পলিথিন দি আমাৰ মা ডোৰমেট বোনালে

Apan Chowdhury 2 হিচাপ 3 দিন পূৰ্বে

আমাৰ নমস্কাৰ গ্ৰহণ কৰিব
মই অপন চৌধুৰী লামডিংৰ নিউ কলোনী নীবাসি
সাৰ আমাৰ বাসগৃহৰ চাৰিওফালে থকা বাউন্ডেৰী আমি বাহৰ খুটা দি পিচত টিনা দি পেলাই বাউন্ডেৰী বুৰ আবদ্ধ কৰিলো যতে আমি দি থকা বাহৰ খুটা বিলাক বৰষুণৰ পানী বাহৰ ভিতৰত সোমাই যাতে বেয়া না হয় হেয়াৰ কথা লক্ষ্যৰে আমি খোৱা পানীৰ বোতল আৰু বিভিন্ন সফট শৰবত জাতীয় বোতলৰে কাটি পেলাই দু ভাগ কৰি আমি দি থকা বাহৰ খুটা বিলাকৰ মূৰত আবদ্ধ কৰি সেইবোৰ বোতলৰে আমি আকৌ পুনৰ বেবহাৰ কৰিলো।

MINTU RAJKHOWA 2 হিচাপ 6 দিন পূৰ্বে

বৰ্তমান প্লাষ্টিকজাত সামগ্ৰীয়ে পৰিবেশৰ প্ৰতি ভয়াবহ সমস্যা মাটি আনিছে | সেয়েহে আমি ব্যবহাৰ কৰা প্লাষ্টিকৰ অপ্ৰয়োজনীয় অংশবোৰ সংৰক্ষন কৰি পুনৰ সেইবোৰ ব্যবহাৰ উপযোগী সামগ্ৰী নিৰ্মান কৰা উদ্ৰ্যোগলৈ প্ৰেৰণ কৰিব লাগে|

Biswajit Dutta 2 হিচাপ 6 দিন পূৰ্বে

প্লাষ্টিকৰ বটল নাইবা পলিথিন পেলাই নিদি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিব পাৰি । আমি সেইখিনি কৰিছোঁ । পলিথিন পেলাই নিদি গোটাই ৰাখি নিদিষ্ট সময়ৰ অন্তৰালত দোকানত দিওঁ ।

BISWANATH PANDA 2 হিচাপ 1 সপ্তাহ পূৰ্বে

Dear sir

coconut product are like rope, toys, traditional cook ware. These are easy to make it with small technichal training. Some industry developement department are working for this. Even financing for developing & manufacturing. MSME is the one of them.

THANKS

REGARDS

WIN
BISWANATH PANDA
JATANI, KHORDA, ODISHA, INDIA, 752050