- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসম ৰাজ্যিক পৰিবহণ নিগমৰ উবেৰাইজেচন আঁচনিৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা
অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা ...

অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সুদৃঢ়কৰণৰ লক্ষ্যৰে ‘উবেৰাইজেচন আঁচনি’ নামেৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰা হৈছিল। এই আঁচনিয়ে বাছৰ পৰিচালনা ব্যয় সুনিশ্চিত কৰাৰ লগতে ইয়াৰ জৰিয়তে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধীনত যান-বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যুৱ উদ্যোগী, ক্ষুদ্ৰ উদ্যোগী আৰু আত্মসহায়ক গোটসমূহক পৰিবহণ উদ্যোগ খণ্ডৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব।
উবেৰাইজেচন আঁচনিৰ উদ্দেশ্য সাৰ্থক কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক পৰিবহণ নিগমে এক অনলাইন ল’গ’ আৰু টেগলাইন ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই ল’গ’ৰ দ্বাৰা অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক স্বকীয়তাৰ লগতে উবেৰাইজেচন আঁচনিৰ মূল উদ্দেশ্য প্ৰতিফলিত হোৱাটো বাধ্যতামূলক ।
প্ৰতিযোগীসকলে তেওঁলোকৰ ল'গ' আৰু টেগলাইন প্ৰয়োজনীয় তথ্যসহ তলত মন্তব্য আকাৰেৰে প্ৰেৰণ কৰিব পাৰে ৷
প্ৰথম পুৰস্কাৰ – ৫০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ – ২৫,০০০ টকা
তৃতীয় পুৰস্কাৰ – ১৫,০০০ টকা
যোগ্যতা –
1. প্ৰতিযোগীগৰাকী ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক
2. নিৰ্ধাৰিত বয়সৰ ঊৰ্দ্ধ সীমা – ২১ বছৰ
3. এগৰাকী প্ৰতিযোগীৰ পৰা এটাতকৈ অধিক ল’গ’ গ্ৰহণ কৰা নহ’ব ।
ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ – ২৯/০২/২০২০
অধিক তথ্য আৰু নিয়মাৱলীসমূহৰ বিষয়ে সবিশেষ জানিবলৈ ক্লিক কৰক
Biku moni Dewraja 5 বছৰ 2 হিচাপপূৰ্বে
Name Biku Moni Dewraja
FIT FUN 5 বছৰ 2 হিচাপপূৰ্বে
Tagline: Travelling with people. Since 1970
Name: Nerswn Boro
Age : 18
Address: Babylon Apartment, Block C-502, Ramnagar, Jyotikuchi, Lokhra Road, Guwahati
School: NPS INTERNATIONAL SCHOOL, LOKHRA ROAD, GUWAHATI
Class: 12
Email ID : nerswnboro2001@gmail.com
phone : 9435737082
Country : INDIA
jadumoni borah 5 বছৰ 2 হিচাপপূৰ্বে
Tagline: আপোনাৰ সুৰক্ষা,আমাৰ দায়িত্ব
Name: jadumoni borah
Age: 17
Address: assam sivasager, p.o-deoghariya ,pin-785696
Class: 11
Email id:jadumoniborah118@gmail.com
Phone no.6000521692
Country: India
HIMANSHU RABHA 5 বছৰ 2 হিচাপপূৰ্বে
Tagline: আহক এক সুৰক্ষিত যাত্ৰা আৰম্ভ কৰোঁ
Name : HIMANSHU RABHA
Age : 20
Address : VILL BATABARI, PO PALAHGARH, PS TANGLA,
DIST UDALGURI, PIN NO 784521
College : TANGLA COLLEGE, UDALGURI
Email : himanshurabha2016@gmail.com
Mobile No : 9365586310
Rx Raj 5 বছৰ 2 হিচাপপূৰ্বে
Name
:Rajen urang,
Village. Amoni nagaon assam,
Pin 782138, 37 road.
Age 23
Collge student ba. last sem
Log@- name (উজ্বল অসম)
- নতুন দিগন্তৰ এক যাত্ৰা...
কিছুমান pic দিয়া ahsay লগত. মোৰ মতে
অসমৰ সংস্কৃত, আৰু ঐতিহাসিক চিন ahsay.
ইয়াৰ দ্বাৰা সামাজিক উন্নয়ন বিকাশ আৰু সংস্কৃত আৰু forest. কথা bujai say.
TONAY BORA 5 বছৰ 2 হিচাপপূৰ্বে
Tagline : সুৰক্ষিত যাত্ৰা, আনন্দময় যাত্ৰা - ASTC
Name : TONAY BORA
Age : 18
Address : Garamur Satra ; Majuli, 785104
Dis : Majuli
College : Island Academy
Class : H.S. 2nd year
Email : nabajyotiborah882@gmail.com
Phone no : 8638020529
Country : INDIA
Moidul Islam 5 বছৰ 2 হিচাপপূৰ্বে
Tagline: Travel,where you feel safe.
Name: Moidul islam
Age: 15
Address: guwahati,uzanbazar,malibagan
Class: 10
Email: moidul.islam2005@gmail.com (link sends e-mail)
Ph no: 9365002141
Country: India
State: Assam
Sumit Biswas 5 বছৰ 2 হিচাপপূৰ্বে
Sumit Biswas,
Thakurnagar, West Bengal-743287, India.
Email: sumitbiswas1981@gmail.com
Parijat Chutia 5 বছৰ 2 হিচাপপূৰ্বে
Bio – Data:
Name - Parijat Chutia
Date of Birth – 5th September 2007
School – Little Flower Hr. Sec. School, Dibrugarh 786001
Class – VII
Address – Dowara Chuk, Madhubani Path, PO Rajabheta
District - Dibrugarh, Assam, India
Pin-786008
Email ID - parijat.c44@gmail.com
Phn No. 9916099304, 9678543531 (Parent)
Himanshu Talukdar 5 বছৰ 2 হিচাপপূৰ্বে
Tagline happy and safe journey with ASTC. GO GREEN, GO COACH, GO CARE FREE. Save fuel, zero emission, my number 6003355994.... Thank you. I wish the uberization system would successfully started in assam...