You don't have javascript enabled. Please Enabled javascript for better performance.

অসম ৰাজ্যিক পৰিবহণ নিগমৰ উবেৰাইজেচন আঁচনিৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা

Start Date: 03-02-2020
End Date: 02-03-2020

অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সুদৃঢ়কৰণৰ লক্ষ্যৰে ‘উবেৰাইজেচন আঁচনি’ নামেৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰা হৈছিল। এই আঁচনিয়ে বাছৰ পৰিচালনা ব্যয় সুনিশ্চিত কৰাৰ লগতে ইয়াৰ জৰিয়তে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধীনত যান-বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যুৱ উদ্যোগী, ক্ষুদ্ৰ উদ্যোগী আৰু আত্মসহায়ক গোটসমূহক পৰিবহণ উদ্যোগ খণ্ডৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব।
উবেৰাইজেচন আঁচনিৰ উদ্দেশ্য সাৰ্থক কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক পৰিবহণ নিগমে এক অনলাইন ল’গ’ আৰু টেগলাইন ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই ল’গ’ৰ দ্বাৰা অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক স্বকীয়তাৰ লগতে উবেৰাইজেচন আঁচনিৰ মূল উদ্দেশ্য প্ৰতিফলিত হোৱাটো বাধ্যতামূলক ।

প্ৰতিযোগীসকলে তেওঁলোকৰ ল'গ' আৰু টেগলাইন প্ৰয়োজনীয় তথ্যসহ তলত মন্তব্য আকাৰেৰে প্ৰেৰণ কৰিব পাৰে ৷

প্ৰথম পুৰস্কাৰ – ৫০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ – ২৫,০০০ টকা
তৃতীয় পুৰস্কাৰ – ১৫,০০০ টকা
যোগ্যতা –
1. প্ৰতিযোগীগৰাকী ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক
2. নিৰ্ধাৰিত বয়সৰ ঊৰ্দ্ধ সীমা – ২১ বছৰ
3. এগৰাকী প্ৰতিযোগীৰ পৰা এটাতকৈ অধিক ল’গ’ গ্ৰহণ কৰা নহ’ব ।

ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ – ২৯/০২/২০২০

অধিক তথ্য আৰু নিয়মাৱলীসমূহৰ বিষয়ে সবিশেষ জানিবলৈ ক্লিক কৰক

সকলো মন্তব্য
মুঠ অৱদান ( 169) অনুমোদিত অৱদানসমূহ (140) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (29) জমা বন্ধ
Reset
140 তথ্য পোৱা গ’ল
950

Deep Jyoti das 5 বছৰ 2 হিচাপপূৰ্বে

Tag line: "যাত্ৰাৰ পথত আছো আমি সদায়
আপোনাৰ লগত"
Name:Deep Jyoti das
Age:16
Address:Mirza Kochpara
College: Dakshin kamrup college Mirza
Class:HS 1st year
Phone no:8638048862
Email: narmahan100@gmail.com
মই মোৰ ল'গ'টোত প্ৰথমে অসমীয়াৰ প্ৰতীক
জাপি টো আকিছো । লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ
একতাৰ এনাজৰীৰে বান্ধ খাই থকা বুজাবলৈ
তেওঁলোকৰ প্ৰতীকী ব্ৰস্ত্ৰ বোৰ বান্ধ খাই থকা
দেখুৱাইছো ।তদুপৰি এই আঁচনিৰ অৰ্থ বুজাবলৈ
মই সেই প্ৰতীকী ব্রস্ত্ৰ কেইখনৰ মাজত এ এছ টি চি বাছ খন দেখুৱাইছো ।

1300

HIRAK Jyoti das 5 বছৰ 2 হিচাপপূৰ্বে

Tag laine: যাত্ৰা হওঁক সুৰক্ষিত এয়েই আমাৰ লক্ষ্য
Name :Hirak Jyoti das
Age:17
College : Dakshin kamrup college Mirza
Address: Mirza kochpara near SDC office
Email: dashirakjyoti01@gmail.com
Phone number: 7399518549
মই মোৰ লগো টোৰ মাজত আকিচো এটা জাপি যিটো
হৈছে অসমৰ সংস্কৃতিৰ প্ৰতীক
জাপি টোৰ কাষতে এটা গড় অকিছো
যিটো হৈছে অসমৰ গৌৰৱ যি পৃথিৱীৰ আন কোনো ঠাইত পোৱা
নাপাই।।।
ASTC ও যে অসমৰ গৌৰৱ সেইটো ৱে মোৰ
এই লোগো টোৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে।
কৰিবলৈ এ মো

420

Ashis Kumar Behera 5 বছৰ 2 হিচাপপূৰ্বে

 The impregnated letter “A” is representing Assam the glorious state of INDIA.

 The Half picture of “Jaapi” shows we are rooted to our traditions.

 The word Axomia written in Assamese represent the connecting link between our tradition & the Modern way of living in today’s world.

 The Tri-color at the top shows that after all we are INDIA.

 Finally, the tag line says the “Tune of Our Wheels”