- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসম ৰাজ্যিক পৰিবহণ নিগমৰ উবেৰাইজেচন আঁচনিৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা
অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা ...

অসম বাজেট ২০১৯-২০ ত এক বিশ্বাসযোগ্য, নিৰাপদ আৰু নিয়মিত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সুদৃঢ়কৰণৰ লক্ষ্যৰে ‘উবেৰাইজেচন আঁচনি’ নামেৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰা হৈছিল। এই আঁচনিয়ে বাছৰ পৰিচালনা ব্যয় সুনিশ্চিত কৰাৰ লগতে ইয়াৰ জৰিয়তে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধীনত যান-বাহনৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যুৱ উদ্যোগী, ক্ষুদ্ৰ উদ্যোগী আৰু আত্মসহায়ক গোটসমূহক পৰিবহণ উদ্যোগ খণ্ডৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব।
উবেৰাইজেচন আঁচনিৰ উদ্দেশ্য সাৰ্থক কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক পৰিবহণ নিগমে এক অনলাইন ল’গ’ আৰু টেগলাইন ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই ল’গ’ৰ দ্বাৰা অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক স্বকীয়তাৰ লগতে উবেৰাইজেচন আঁচনিৰ মূল উদ্দেশ্য প্ৰতিফলিত হোৱাটো বাধ্যতামূলক ।
প্ৰতিযোগীসকলে তেওঁলোকৰ ল'গ' আৰু টেগলাইন প্ৰয়োজনীয় তথ্যসহ তলত মন্তব্য আকাৰেৰে প্ৰেৰণ কৰিব পাৰে ৷
প্ৰথম পুৰস্কাৰ – ৫০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ – ২৫,০০০ টকা
তৃতীয় পুৰস্কাৰ – ১৫,০০০ টকা
যোগ্যতা –
1. প্ৰতিযোগীগৰাকী ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক
2. নিৰ্ধাৰিত বয়সৰ ঊৰ্দ্ধ সীমা – ২১ বছৰ
3. এগৰাকী প্ৰতিযোগীৰ পৰা এটাতকৈ অধিক ল’গ’ গ্ৰহণ কৰা নহ’ব ।
ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ – ২৯/০২/২০২০
অধিক তথ্য আৰু নিয়মাৱলীসমূহৰ বিষয়ে সবিশেষ জানিবলৈ ক্লিক কৰক
Rup Jyoti Baruah 5 বছৰ 2 হিচাপপূৰ্বে
Tagline: আহক যাত্ৰা আৰম্ভ কৰো।
Name: Rup Jyoti Baruah
Age : 19
Address: Nagaon, Senchowa near gaon panchayat
College: Nowgong College
Class: B.A 4th Semester
Email: baruahrj001@gmail.com
Phone no : 6000262296
Country: India
Bikash Patgiri 5 বছৰ 2 হিচাপপূৰ্বে
টেগলাইন : আপোনাৰ যাত্ৰাপথৰ সুৰক্ষিত সংগী ASTC
Description :মই মোৰ লোগোত অসমৰ পৃথিৱী বিখ্যাত চাহ গছৰ পাতৰ লগতে মাজত পৃথিৱীখন দেখুৱাইছো । ইয়াৰ দ্বাৰা যানবাহনৰ প্ৰদূষণ ৰোধৰ এটা চানেকি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে ।
Address :- Pathsala, Barpeta,Assam
PIN -781325
Name- Bikash Kr. Patgiri
Email- www.djbikashpatgiri@gmail.com
Abhilasha Kalita 5 বছৰ 2 হিচাপপূৰ্বে
Better future for better tomorrow
Neel Hazarika 5 বছৰ 2 হিচাপপূৰ্বে
Tag line is : দ্ৰুত আৰু সুৰক্ষিত বাটৰ লগৰী (Fast & safe Travel mate)
Sibani Rajbongshi 5 বছৰ 2 হিচাপপূৰ্বে
Tagline:এএসটিস(ASTC) আমি আপোনাৰ পথত
Description:
১)পোন প্ৰথমে লোগোতোত অসমৰ সংস্কৃতি দেখাবৰ বাবে এখন গামোছা আঁকছো
২)দ্বিতীয়তে মই আঁকিছো
এদাল তীৰ যিয়ে আমাৰ সর্বশেষ উবাৰাইজেশন ট্রান্সপোর্টো সুবিধাৰ কাৰণে অসমৰ আর্থসামাজিক বিকাশৰ প্রতিনিধিত্ব কৰিছে
৩)তৃতীয়তে মোৰ লোগোতোত আঁকিছো
আমাৰ অসমৰ মানচিত্র তাত মই নতুনভাবে আৰম্ভ হোৱা এএসটিসি দেখাইছো যিয়ে অসমৰ প্রতিটো অংশকে সংযুক্ত কৰিব আৰু অসমৰ উন্নয়নৰ বাবে দুর্দান্ত ভূমিকা গ্ৰহণ কৰিব ...
Gmail bablirajbongshi123@gmail.com
Sikha Baishya 5 বছৰ 2 হিচাপপূৰ্বে
Tagline for ASTC
"Assam journey with us."
Dipak Bora 5 বছৰ 2 হিচাপপূৰ্বে
Tagline - "সঠিক সময়,সুৰক্ষিত যাত্ৰা।"
Address - Senchuwa,Nagaon - 782002
School - Jatiya Vidyalaya
E-mail - help.somo@gmail.com
Soyuz Sharma 5 বছৰ 2 হিচাপপূৰ্বে
Tagline: CityLinking, Green Thinking...
My details:
Soyuz Sharma
House No.5, Bylane No.1 (West), Mahapurush Madhabdev Path (VIP Road)
Six Mile, Near Rahman Hospitals, Guwahati-781022, Assam
Email: soyuz.sharma@gmail.com Mobile: 8638954981
Bitopan talukdar 5 বছৰ 2 হিচাপপূৰ্বে
Bitopan talukdar
Vill-Bagurihati
P.O-Bagurihati
P.S-Belsor
Pin no.-781310
Dist.-Nalbari(Assam)
Description-In the logo I used the symbol of one horned rhino which represents our state.I also used a symbol of handshake which represents employment through the uberization scheme.
Biswajyoti Ngatey 5 বছৰ 2 হিচাপপূৰ্বে
TAGLINE : For Comfortable and Safe Journy Choose ASTC
NAME : BISWAJYOTI NGATEY
ADRESS -
VILL : GEREKI MISING
P.O: BHURAMARA
DIST : MAJULI
PIN : 785104
PHONE : 8638704379
E-MAIL : ngateykamala89@gmail.com