You don't have javascript enabled. Please Enabled javascript for better performance.

‘অসম ভাষা গৌৰৱ আঁচনি’ৰ দ্বাৰা সন্মানিত নলবাৰীৰ সমৰেন্দ্ৰ বৰ্মন

Start Date: 08-02-2021
End Date: 08-02-2021
‘অসম ভাষা গৌৰৱ আঁচনি’ৰ অধীনত অসমৰ ভাষা-সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা লেখক-লেখিকাসকললৈ অসম চৰকাৰে আগবঢ়াইছে বিত্তীয় অনুদান । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখক-লেখিকাসকলৰ লগতে নলবাৰীৰ বাসিন্দা অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনেও এই আঁচনিৰ জৰিয়তে লাভ কৰিলে বিশেষ সন্মান । আঁচনিখনৰ অধীনত আৰ্থিক অনুদান লাভ কৰা সমৰেন্দ্ৰ বৰ্মনে চৰকাৰৰ এই পদক্ষেপৰ আন্তৰিক শলাগ লয়।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে