You don't have javascript enabled. Please Enabled javascript for better performance.

‘অসম দৰ্শন’ আঁচনিৰ অধীনত মা কল্যাণী দেৱালয়ৰ সৰ্বাংগীন বিকাশ

Start Date: 09-02-2021
End Date: 09-02-2021
অসমৰ এখন অন্যতম শক্তিপীঠ হিচাবে প্ৰসিদ্ধ ধাৰ্মিক স্থলী হৈছে গহপুৰস্থিত মা কল্যাণী দেৱালয়। ধৰ্মীয় পৰ্যটনস্থলী হিচাবে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰি এই দেৱালয়খনক অন্তৰ্ভূক্ত কৰা হৈছে ‘অসম দৰ্শন’ আঁচনিৰ অধীনত। এই আঁচনিৰ অধীনত অসম চৰকাৰে ইতিমধ্যে অসমৰ ১,২৯২ খন ধৰ্মীয়স্থলীলৈ মুঠ ১২৯.২ কোটি টকাৰ অনুদান আগবঢ়াইছে। ধৰ্মীয়স্থলীসমূহৰ আন্তঃগাঁথনি নিৰ্মাণ, বাট-পথৰ উন্নয়ন আদিৰ যোগেদি ধৰ্মীয় অনুষ্ঠানসমূহ পৰ্যটনস্থলীলৈ ৰূপান্তৰকৰণৰ দিশে ‘অসম দৰ্শন’ আঁচনিয়ে গ্ৰহণ কৰিছে ইতিবাচক ভূমিকা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে