You don't have javascript enabled. Please Enabled javascript for better performance.

সৰ্থেবাৰীৰ দিগন্ত ডেকাই কৃষিপদ্ধতিৰে দেখাইছে ন-দিগন্ত

Start Date: 04-06-2018
End Date: 30-06-2020
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ভাষণৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৃষি কৰ্মত ব্ৰতী হোৱা অসমৰ এগৰাকী শিক্ষিত তথা নিষ্ঠাৱান যুৱক হ'ল, সৰ্থেবাৰীৰ দিগন্ত ডেকা। মহাৰাষ্ট্ৰত হোটেল মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰি বহুজাতিক প্ৰতিষ্ঠানত কিছুবছৰ চাকৰি কৰাৰ পাছত দিগন্ত ডেকাই গ্ৰহণ কৰিলে এক ইতিবাচক সিদ্ধান্ত - নিজ জন্মভূমিলৈ উভতি আহি কৃষিকৰ্মত আত্মনিয়োগ কৰাৰ সিদ্ধান্ত। এইগৰাকী যুৱকে সৰ্থেবাৰীত জৈৱিক পদ্ধতিৰে কৃষিকৰ্মত নিজকে নিয়োজিত কৰে আৰু সময় বাগৰাৰ লগে লগে নতুন নতুন চিন্তাধাৰাৰে বিভিন্ন পৰিকল্পনা হাতত লয়। দিগন্ত ডেকাই খেতি-বাতিৰ উপৰিও মৎস্য পালন, কুকুৰা পালন, গাহৰি পালন, গো-পালন আদিৰ জৰিয়তে স্বাৱলম্বী হৈ হাজাৰজন নিবনুৱাক দেখুৱাইছে আদৰ্শৰ এক সোণালী বাট।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
5 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 5 বছৰ 5 হিচাপপূৰ্বে

श्री दिगंत डेका जी, आपने अपने जीवन में एक सराहनीय निर्णय लिया,जिस पर आप ने बहुत ही साहस और धैर्य के साथ निरंतर प्रयास किया और आखिर आप एक आदर्श किसान बन कर दूसरे सारे किसानों को कर्म करने को प्रोत्साहित किया...। धन्य आपका जीवन...!!!