You don't have javascript enabled. Please Enabled javascript for better performance.

সাহসী কিশোৰ কমল কৃষ্ণ দাসৰ কথাৰে

Start Date: 18-11-2020
End Date: 30-11-2023
ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰে সন্মানিত এগৰাকী সাহসী কিশোৰ কমল কৃষ্ণ দাস ৷ ২০১৮ চনৰ ৫ ছেপ্তেম্বৰৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা এটা ভয়াৱহ নাও দুৰ্ঘটনাত মাতৃ আৰু পেহীয়েকৰ প্ৰাণ ৰক্ষা কৰি সাহসিকতাৰ এক বলিষ্ঠ নিদৰ্শন দাঙি ধৰিছিল উত্তৰ গুৱাহাটীৰ এই কিশোৰগৰাকীয়ে ৷ এই সাহস আৰু বুদ্ধিমত্তাৰ বাবে তেওঁক চলিত বৰ্ষত সাহসিকতা বঁটাৰে সন্মানিত কৰে কেন্দ্ৰীয় চৰকাৰে ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ সাঁতুৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা কমল কৃষ্ণ দাসৰ বিষয়ে এটি ভিডিঅ'ৰ জৰিয়তে কিছু কথা জানোঁ আহক
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
60 তথ্য পোৱা গ’ল
1500

manuj saikia 1 বছৰ 9 হিচাপপূৰ্বে

<a href="https://taxassam.co.in/e-district-assam-application-status/">e district Assam application status</a>
<a href="https://taxassam.co.in/assam-government-holiday-list-2022/">Assam Government Holiday List</a>
<a href="https://taxassam.co.in/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%80%e0%a6%af%e0%...অসমীয়া কবিতা</a>