You don't have javascript enabled. Please Enabled javascript for better performance.

শদিয়াত আদা আৰু হালধি খেতিৰে জিলিকিছে পুনম টায়ে

Start Date: 21-08-2018
End Date: 31-08-2021
শদিয়াৰ পুনম টায়ে,আনুষ্ঠানিক শিক্ষা সমাপ্তিৰ পাছত কৃষিকাৰ্যত নিজকে আত্মনিয়োগ কৰা শদিয়াৰ এগৰাকী আগৰণুৱা মহিলা। আদা আৰু হালধি খেতিৰে শদিয়াক কৃষিকাৰ্যত চহকী কৰি তোলাত আগভাগ লৈ আহিছে এইগৰাকী মহিলাই। অসম চৰকাৰে এই বছৰৰ মে’ মাহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভিয়েটনামলৈ কৃষি অধ্যয়ন কৰিবলৈ লৈ যোৱা ১৫ গৰাকী কৃষকৰ মাজৰ এগৰাকী সদস্য আছিল পুনম টায়ে। কৃষিকাৰ্যত পৰিয়ালৰ সহযোগিতা লৈ আগবাঢ়ি স্বাৱলম্বিতাৰ এক চানেকি দাঙি ধৰা পুনম টায়েক সাক্ষাৎ কৰিছিল ‘জনতাৰ চৰকাৰ MyGov Assam’-ৰ এটা দলে। কৃষিকাৰ্যত তেখেতৰ সফল এই যাত্ৰাৰ বিষয়ে আমাক জনাইছিল কিছু কথা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 5 বছৰ 11 হিচাপপূৰ্বে

सराहनीय कर्म... धन्य हो आपका जीवन...अपने अनुभव एवं परिश्रम से नारी का आत्मविश्वास बढ़ाता एक ज्ञानवर्धक कथाचित्र...