You don't have javascript enabled. Please Enabled javascript for better performance.

মানিক দাস - এগৰাকী উদ্যমী কৃষক

Start Date: 06-10-2018
End Date: 06-10-2018
লখিমপুৰ জিলাৰ মানিক দাস হৈছে যোৰহটীয়া গাঁও নিবাসী এগৰাকী উদ্যমী কৃষক। স্নাতক শিক্ষা সমাপ্ত কৰি ২০০৪ চনৰে পৰা কৃষিকৰ্মত ব্যস্ত হৈ থকা মানিক দাসে শাক-পাচলিকে ধৰি বিভিন্ন খেতি-বাতি কৰি অঞ্চলটোৰ এগৰাকী আদৰ্শ কৃষক হিচাবে প্ৰতিষ্ঠিত হৈছে। এই বৰ্ষতে অসম চৰকাৰৰ উদ্যোগত ভিয়েটনামলৈ যোৱা অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ গৰাকী কৃষকৰ এগৰাকী অন্যতম কৃষক আছিল মানিক দাস। কৃষিকাৰ্যত ব্ৰতী হৈ স্বাৱলম্বিতাৰ এক নতুন পথ দেখুওৱা শিক্ষিত মানিক দাসৰ বিষয়ে কিছু কথা জানো আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে