You don't have javascript enabled. Please Enabled javascript for better performance.

ভাৰতীয় কিষাণ সংঘৰ সাফল্য

Start Date: 18-11-2020
End Date: 30-11-2023
ভাৰতীয় কিষাণ সংঘৰ উদ্যোগত দক্ষিণ কামৰূপৰ বৰটাৰী গাঁৱৰ কৃষকসকলৰ কষ্টই দেখুৱাইছে সুফল। চৰ অঞ্চলসমূহ খেতি বাতিৰে সেউজ কৰি তুলি, কৃষিজাত উৎপাদন বৃদ্ধিৰে অৰ্থনৈতিকভাৱে অঞ্চলটোক আগৰণুৱা কৰি তুলিছে কৃষক ৰাইজে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
95 তথ্য পোৱা গ’ল

prakash chandra sharma 2 বছৰ 5 হিচাপপূৰ্বে

আপোনালোকে সংঘৰ জৰিয়তে অসমৰ কৃষক পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ যি উদগনি আগবঢ়ালে, সেই কৰ্মখিনি নতুন প্ৰজন্মই অনুকৰণ কৰি, অসমক সেউজী ধৰণী ধুনীয়া গঢ়ি তোলাৰ কামনা কৰিলোঁ।

hma ikbal 2 বছৰ 6 হিচাপপূৰ্বে

কৃষি আমাদের বর্তমান, শিল্প আমাদের ভবিষ্য। দেশের চাষীরা এগিয়ে গেলে আমাদের আটকায় কে? আমরা বিশ্বগুরু হতে আর কয়েক ধাপ। বন্দে মাতারাম, ভারত মাতা কি জয়।
https://olympe.in/tools/img/compress/jpeg-image-size-reducer.php