You don't have javascript enabled. Please Enabled javascript for better performance.

বিভিন্ন উন্নয়নমূলক প্ৰকল্পই উজলাইছে বৰপেটাৰ অজা শাস্ত্ৰ গাঁও

Start Date: 03-02-2021
End Date: 03-02-2021
অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ যোগেদি উপকৃত হৈছে বৰপেটা জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত অজা শাস্ত্ৰ গাঁৱৰ নিৱাসীসকল। অঞ্চলটোত জনস্বাস্থ্য কাৰিকৰী বিভাগ, গাঁও পঞ্চায়তৰ অনুদানৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত স্থানীয় অজা শাস্ত্ৰ দৌল মন্দিৰ উন্নয়নৰ ধনে গাঁওখনক প্ৰগতিৰ এক নতুন দিশ প্ৰদান কৰিছে। আন্তঃগাঁথনিমূলক বিভিন্ন উন্নয়নমূলক প্ৰকল্প বৰ্তমান এই অঞ্চলত পূৰ্ণোদ্যমে চলি আছে। গাঁওবাসীৰ যোগেদিয়েই গম লও আহক উন্নয়নৰ ৰূপৰেখা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে