You don't have javascript enabled. Please Enabled javascript for better performance.

ন ৰূপেৰে জিলিকি উঠিছে সৰ্থেবাৰীৰ গোমূৰা সত্ৰ

Start Date: 25-02-2021
End Date: 25-02-2021
শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত সৰ্থেবাৰীৰ গোমূৰা সত্ৰ বৈষ্ণৱ সংস্কৃতিৰ এক অন্যতম কেন্দ্ৰৰূপে পৰিচিত । শেহতীয়াকৈ অসম দৰ্শন আঁচনিৰ লগতে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত লাভ কৰা আৰ্থিক সাহায্যৰ দ্বাৰা এই সত্ৰ অসমৰ এক অন্যতম ধাৰ্মিক স্থলীৰূপে জিলিকি উঠিছে। আহক চৰকাৰৰ এনে সহায়-সহযোগিতাৰ জৰিয়তে সম্ভৱ হৈ উঠা সত্ৰখনৰ এই উন্নয়নী যাত্ৰা সন্দৰ্ভত কিছু কথা জানোঁ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে