You don't have javascript enabled. Please Enabled javascript for better performance.

নুৰুদ্দিন আহমেদ: অসমৰ এগৰাকী বিশিষ্ট ভাস্কৰ্যশিল্পী ।

Start Date: 05-10-2019
End Date: 05-10-2019
সৃজনশীল গুণেৰে এক বিৰল ব্যক্তিত্বৰ অধিকাৰী অসমৰ এগৰাকী সু-সন্তান হ’ল বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদ। তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে প্ৰতিফলিত হয় অসমৰ চহকী সমাজ-জীৱন, লোককলা তথা অসমৰ পৰম্পৰাগত সংস্কৃতি। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে শিল্প সাধনাত ব্ৰতী অসমৰ এইগৰাকী স্বনামধন্য শিল্পীয়ে নিজৰ শিল্পকৰ্মৰ বাবে দেশে-বিদেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। আহক এই ভিডিঅ’ৰ জৰিয়তে তেখেতৰ জীৱন দৰ্শন আৰু বিশাল কৰ্মৰাজিৰ বিষয়ে কিছু কথাৰ গম লও।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে