You don't have javascript enabled. Please Enabled javascript for better performance.

নাৰী সৱলীকৰণৰ অনন্য নিদৰ্শন জয়শ্ৰী দাস বাৰ্মা

Start Date: 13-07-2018
End Date: 31-07-2021
মানৱ সম্পদ নিয়োগ পৰামৰ্শদাতা হিচাবে দেশৰ বিভিন্ন আগশাৰীৰ কোম্পানীত উপযুক্ত প্ৰশিক্ষণেৰে শিক্ষিত যুৱক-যুৱতীৰ নিযুক্তিৰ ব্যৱস্থা কৰি নিবনুৱা সমস্যাৰ সমাধান তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে অসমৰ এগৰাকী উদ্যোগী মহিলা জয়শ্ৰী দাস বাৰ্মাই।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল