You don't have javascript enabled. Please Enabled javascript for better performance.

নাজিৰাত কাৰেঙে আৰম্ভ কৰিছে শ্বেত বিপ্লৱ

Start Date: 19-11-2018
End Date: 30-11-2021
শিৱসাগৰ জিলাৰ নাজিৰা বৰ্তমান দুগ্ধ উৎপাদনৰ দিশত এক পৰিচিত নাম হৈ পৰিছে। দুগ্ধ উৎপাদন আৰু ব্যৱসায়ৰ জৰিয়তে অঞ্চলটোৰ বহু সংখ্যক লোক বৰ্তমান দুগ্ধ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে। ২০০৭ চনত আৰম্ভ হোৱা সুন্দৰপুখুৰী দুগ্ধ সমবায় সমিতিৰ উদ্যোগত নাজিৰাত আৰম্ভ হোৱা শ্বেত বিপ্লৱে বৰ্তমান অঞ্চলটোৰ বিভিন্ন জনৰ পৰিয়ালৰ বাবে কঢ়িয়াই আনিছে আৰ্থিক স্বাধীনতা। ২০১৪ চনৰ পৰা এই সমবায় সমিতিৰ উদ্যোগত ‘কাৰেং’ নামেৰে গাখীৰৰ পেকেটকে ধৰি অন্যান্য দুগ্ধজাত খাদ্য সামগ্ৰীৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰা হৈছিল। বৰ্তমান এই ‘কাৰেং’ উজনি অসমত এক জনপ্ৰিয় নাম। কাৰেঙৰ এই সাফল্যৰ যাত্ৰাৰ বিষয়ে কিছু কথা জানো আহক। এই ভিডিঅ উপলব্ধ মাই গভ্‍ অসম ৱেব পৰ্টেলতো।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 6 বছৰ 3 সপ্তাহ পূৰ্বে

श्वेत क्रांति का सूचक...
डॉक्टर जगदीश बर्मन जी !
आपके मार्गदर्शन से इस राज्य का कल्याण हो रहा है...
इस समाज को एक नई दिशा मिली...