You don't have javascript enabled. Please Enabled javascript for better performance.

জাতিংগাৰ পোলেণ্ডচন ৰিম্বাইৰ কথাৰে

Start Date: 27-07-2018
End Date: 27-07-2018
২৫ বছৰীয়া পোলেণ্ডচন ৰিম্বাই। ডিমা হাচাও জিলাৰ জাতিংগাৰ এই যুৱকজনে কমলা টেঙা আৰু মাটি-কঁঠালৰ খেতি কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ এক নতুন পথ। দূৰ্গম পাহাৰীয়া অঞ্চলত খেতিত ব্যস্ত হৈ থাকে পোলেণ্ডচন। যোৱা এপ্ৰিল মাহত অসম চৰকাৰৰ উদ্যোগত ১৫ জনীয়া এটা কৃষকৰ দল ভিয়েটনামলৈ গৈছিল। এই দলটোৰ অন্যতম সদস্য আছিল পোলেণ্ডচন। এই সূত্ৰেই প্ৰথমবাৰৰ কাৰণে নিজৰ গাঁৱৰ পৰা বাহিৰলৈ ওলাইছিল তেওঁ। কৃষিকৰ্মত পোলেণ্ডচনৰ কষ্ট আৰু অধ্যৱসায়ে আনিছে সফলতা। ভিয়েটনামত শিকি অহা কৃষিকৰ্মৰ বিভিন্ন পদ্ধতি এতিয়া নিজৰ খেতিপথাৰত প্ৰয়োগ কৰাত আগ্ৰহী তেওঁ। জানো আহক পোলেণ্ডচনৰ মনৰ কথা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে