You don't have javascript enabled. Please Enabled javascript for better performance.

চৰকাৰী আঁচনিয়ে সহজসাধ্য কৰিলে অকণ ৰয়ৰ জীৱন

Start Date: 04-01-2021
End Date: 31-01-2024
অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত কল্যাণকামী আঁচনিসমূহে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহৰ জীৱন ধাৰণ সহজসাধ্য কৰি তুলিছে ৷ তেনে এটি পৰিয়াল হৈছে বজালীৰ বৰবাং গাঁৱৰ অকণ ৰয়ৰ পৰিয়াল ৷ চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হৈ বৰ্তমান এক সুখী জীৱন অতিবাহিত কৰিছে অকণ ৰয়ৰ পৰিয়ালে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
16 তথ্য পোৱা গ’ল
5640

Bishnu Shao 3 বছৰ 1 monthপূৰ্বে

sir
Assam TET 2019 ত পাছ কৰা সকলো শিক্ষকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক ছাৰ ।

আমাক বঞ্চিত নকৰিব,
আমাক বঞ্চিত নকৰিব

আমিও দুখীয়া মানুহৰ দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালী ।বহু কষ্ট কৰি পাছ কৰিছো।আমাক যিকোনো ভাবে নিযুক্তি দিয়ক SSA, STATE POLL etc .before election

  •