You don't have javascript enabled. Please Enabled javascript for better performance.

গো-পালনেৰে স্বাৱলম্বী বৰপেটা জিলাৰ বিমল শৰ্মা

Start Date: 04-08-2018
End Date: 31-08-2021
নামনি অসমৰ বৰপেটা জিলা বৰ্তমান দুগ্ধ উৎপাদনৰ এক প্রধান কেন্দ্ৰ হিচাবে পৰিগণিত হৈ পৰিছে। দুগ্ধ উৎপাদনেৰে এই অঞ্চলৰ লোকসকল স্বাৱলম্বী হোৱাৰ এক বাট মুকলি হৈছে। বৰপেটা জিলাৰ ৰতনপুৰৰ নিৱাসী বিমল শৰ্মাও তেনে এগৰাকী ব্যক্তি যিয়ে গো-পালনেৰে গাখীৰ উৎপাদনৰ লগতে বিভিন্ন দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰি আহিছে। ১৮জনী গাইগৰুৰ পৰা দৈনিক প্ৰায় ২০০ লিটাৰ গাখীৰ উৎপাদনেৰে তেখেতে দুগ্ধ উৎপাদনক এক লাভজনক ব্যৱসায় হিচাবে প্ৰতিষ্ঠা কৰিছে। ১৯৯২চনৰ পৰাই গো-পালনৰ সৈতে জড়িত বিমল শৰ্মাই ঘৰতে গাখীৰেৰে উৎপাদিত বিভিন্ন খাদ্যসামগ্ৰী যেনে দৈ, ক্ৰীম, পনীৰ, এৱা গাখীৰ আদি প্ৰস্তুত কৰি পাঠশালা আৰু টিহুত থকা তেখেতৰ দুখন বিপনীত বিক্ৰী কৰি আহিছে। আহক বিমল শৰ্মাৰ এই উৎসাহ্জনক যাত্ৰাৰ বিষয়ে কিছু কথাৰ গম লওঁ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 5 বছৰ 11 হিচাপপূৰ্বে

गौपालन द्वारा आप ने अपने परिवार की आर्थिक उन्नति के
साथ-साथ स्वयं को भी सफल-सक्षम-समर्थ बनाया...! सराहनीय है आपका ये कर्म...!

Rajib Talukdar 7 বছৰ 8 হিচাপপূৰ্বে

Dairy aru Gottary firm মই আমাৰ অসমৰ গাওঁত মই আটাইকে কৰিব কওঁ আৰু নিজে কৰিব বিচাৰো কিন্তু কটা মই ইয়াৰ কাৰনে কি কৰিব লাগিব জনালে ভাল আছিল,,