You don't have javascript enabled. Please Enabled javascript for better performance.

গোলাঘাট জিলাৰ এগৰাকী সফল ব্যৱসায়ী অৰ্পণ জ্যোতি শৰ্মা

Start Date: 01-12-2018
End Date: 28-12-2021
গোলাঘাট জিলাৰ ঢেকীয়াল গাঁও নিবাসী এজন উদ্যমী যুৱক অৰ্পণ জ্যোতি শৰ্মা। দুগ্ধ উৎপাদনক জীৱিকাৰ সম্বল হিচাবে গ্ৰহণ কৰা অৰ্পণ জ্যোতি শৰ্মাই যোৱা কেইবাবছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত হৈ এগৰাকী সফল ব্যৱসায়ী হিচাবে প্ৰতিষ্ঠিত হৈছে। দুজনী গাই গৰুৰে আৰম্ভ হোৱা এই ব্যৱসায় বৰ্তমান ৪০ জনী গাই গৰুৰে সফলভাবে চলি আছে। দৈনিক প্ৰায় ২৪৫ লিটাৰকৈ গাখীৰ উৎপাদন আৰু বিভিন্ন দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়েৰে অৰ্পণ জ্যোতি শৰ্মাই গোপালনক দিছে এক সফল ব্যৱসায়িক ৰূপ। মাই গভ অসমে গোলাঘাট জিলাৰ এইগৰাকী যুৱ ব্যৱসায়ীৰ সৈতে কিছুদিন পূৰ্বে বাৰ্তালাপ কৰিছিল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল
769730

JAYANTA TOPADAR 5 বছৰ 2 সপ্তাহ পূৰ্বে

गौ माता को शत्-शत् प्रणाम...!
अर्पण ज्योति शर्मा जी, आप गौशाला में गौमाता की सेवा में व्रती होकर अपने साथ-साथ दुसरोंं को भी कर्मयोग का सही पथ दिखाने का काम कर रहे हैं। धन्य हो...!!!