You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষিকৰ্মৰে স্বাৱলম্বী নৱনীতা দাস

Start Date: 18-07-2018
End Date: 18-07-2018
কৃষিকৰ্মৰে স্বাৱলম্বী হৈছে যোৰহাটৰ নৱনীতা দাস। কৃষিৰ প্ৰতি প্ৰৱল উৎসাহী এইগৰাকী উদ্যমী যুৱতীয়ে নাৰ্চিঙৰ বৃত্তি এৰি কৃষিকৰ্মত মনোনিৱেশ কৰে। অসীম ধৈৰ্য আৰু একাগ্ৰতেৰে জৈৱিক পদ্ধতিৰে শাক-পাচলি আৰু ফুলৰ খেতি কৰি প্ৰতিষ্ঠিত হোৱা নৱনীতা দাসে সকলোকে দেখুৱাইছে আদৰ্শৰ বাট।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে