You don't have javascript enabled. Please Enabled javascript for better performance.

কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে মোকলাইছে স্ব-নিৰ্ভৰশীলতাৰ বাট

Start Date: 04-01-2021
End Date: 31-01-2024
অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে বৰপেটা জিলাৰ চুলিয়াকাটা গাঁৱৰ মহিলাসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিলে ৷ এই আঁচনিৰ অধীনত গাঁওখনৰ কেইবাটাও মহিলা আত্মসহায়ক গোটে আৰ্থিক সাহায্য লাভ কৰি কৃষিকৰ্মত মনোনিৱেশ কৰিবলৈ লৈছে আৰু ইয়াৰ দ্বাৰা মহিলাসকলে আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৷ আহক এটি ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ কৃষিকৰ্মৰ বিষয়ে সবিশেষ জানো ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
91 তথ্য পোৱা গ’ল
4565450

BrahmDevYadav 2 বছৰ 7 হিচাপপূৰ্বে

Banana is the oldest and commonest fruit known to the mankind. It is one of the important fruits, and constitutes second largest fruit industry in India. It is nutritious palatable and easily digestible fruit. It is available throughout the year. Banana is rich in carbohydrates, minerals such as calcium, potassium, Magnesium and phosphorous. Other than fresh fruits, it can be consumed as processed in various forms like chips, powder, flakes, etc.

161610

Jyotiska boruah 3 বছৰ 11 হিচাপপূৰ্বে

এই আঁচনিৰ জৰিয়তে অসমৰ বহু মহিলা উপকৃত হৈছে ৷ এনে ধৰণৰ আঁচনি চৰকাৰে ভৱিষ্যতেও নতুন উদ্যমেৰে লৱ বুলি আশা থাকিল ৷