You don't have javascript enabled. Please Enabled javascript for better performance.

ওদালগুৰিৰ কৃষক বিনেশ্বৰ বাগলাৰীৰ কথাৰে

Start Date: 01-09-2018
End Date: 01-09-2018
২০০৫ চনেৰে পৰাই কৃষক বিনেশ্বৰ বাগলাৰী কৃষি কাৰ্যত জড়িত হৈ আহিছে। মুলত: জলকীয়া, কুঁহিয়াৰ, ফুলকবি, বন্ধাকবি আদিকে ধৰি বিভিন্ন শাক-পাচলি আৰু ফল-মূলৰ খেতিৰে স্বাৱলম্বী হোৱা বিনেশ্বৰ বাগলাৰী এগৰাকী আদৰ্শ কৃষক হিচাবে ওদালগুৰি অঞ্চলত জনাজাত হৈ পৰিছে। এই বছৰৰ মে’ মাহত অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৫ গৰাকী কৃষকক ভিয়েটনাম ভ্ৰমণৰ বাবে বাচনি কৰা হৈছিল। এই দলটোৰ এগৰাকী অন্যতম সদস্য আছিল ওদালগুৰিৰ কৃষক বিনেশ্বৰ বাগলাৰী। আহক খেতি-বাতিৰ মাজতেই নিজকে নিয়োজিত কৰি স্বাৱলম্বনৰ বাট মুকলি কৰি লোৱা এই গৰাকী আদৰ্শৱান কৃষকৰ বিষয়ে কিছু কথা জানো।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে