You don't have javascript enabled. Please Enabled javascript for better performance.

অসম চৰকাৰৰ নেতৃত্বত ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ ভূমি পট্টা

Start Date: 03-10-2020
End Date: 31-10-2023
জাতি,মাটি আৰু ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ ভূমিহীন খিলঞ্জীয়া ৰাইজলৈ ভূমি পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ চৰকাৰৰ এই প্ৰচেষ্টাই ভূমিহীন খিলঞ্জীয়া লোকসকলক মৰ্যাদা সহকাৰে জীৱন অতিবাহিত কৰাৰ পথ প্ৰশস্ত কৰি দিয়াৰ লগতে নিজে বসবাস কৰা ঠাইখিনিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ সাংবিধানিক কৰ্তৃত্ব প্ৰদান কৰিছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
129 তথ্য পোৱা গ’ল
1199840

Arun kumar tiwari 4 বছৰ 2 হিচাপপূৰ্বে

पर वर्तमान सरकार ने जिस तेजी से और अच्छे निर्णयों से आज आसाम की जनता सुखपूर्वक रह रही है। आतंकवादी मूवमेंट बिल्कुल ही खत्म हो गया है।

1199840

Arun kumar tiwari 4 বছৰ 2 হিচাপপূৰ্বে

इसके पहले भी कईं सरकारे नियुक्त हुई पर आम जन मानस के इस बड़ी समस्या की ओर किसी ने भी ध्यान नही दिया। जिससे उनकी बड़ी ही दिक़्क़तों का सामना करना पड़ता था।

1199840

Arun kumar tiwari 4 বছৰ 2 হিচাপপূৰ্বে

मान्यनीय महोदय जी, भूमिहीनों को भूमि के कागज देकर आसाम सरकार ने बहुत ही बड़ा पुनीत कार्य किया है। इसके लिए मुख्यमंत्री जी का बहुत बहुत धन्यवाद। जिससे कई परिवारों को अब जमीन के कागज के लिए भटकना या कार्यलायों के चक्कर नही लगाना पड़ेगा।
सुशासन ही सच्चा प्रशासन है।

161610

Jyotiska boruah 4 বছৰ 3 হিচাপপূৰ্বে

এক সুন্দৰ সিদ্ধান্ত ৷ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলকো এই ক্ষেত্ৰত অধিক গুৰুত্ব দিৱ বুলি আশা থাকিল ৷

  •