You don't have javascript enabled. Please Enabled javascript for better performance.

অভিশাপ নহয় বধিৰতা

Start Date: 13-03-2020
End Date: 13-03-2020
বধিৰ হোৱাটো কোনো অভিশাপ নহয়। বধিৰ লোকসকলে অন্যান্য সাধাৰণ লোকৰ দৰেই এক সুস্থিৰ জীৱন নিৰ্বাহ কৰিব পাৰে। বিভিন্ন কাৰণত মানুহৰ শ্ৰৱণশক্তি নোহোৱা বা হ্ৰাস পাব পাৰে। কিছুমানৰ ক্ষেত্ৰত ইয়াৰ কাৰণ জন্মগত হয়। বৰ্তমান চিকিৎসা বিজ্ঞানত উন্নত প্ৰযুক্তি ব্যৱস্থাই বধিৰ লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী অধিক উন্নত কৰি তুলিছে। শিশুকে ধৰি বধিৰ লোকসকলৰ বাবে চৰকাৰে বহুতো সা-সুবিধা আগবঢ়াইছে। ইয়াৰ ভিতৰত কম খৰছত কৃত্ৰিম শ্ৰৱণ যন্ত্ৰৰ সংস্থাপন উল্লেখযোগ্য। বধিৰ শিশুসকলক বিভিন্ন কৰ্মশালা, দৃশ্য-শ্ৰাব্য প্ৰশিক্ষণ তথা বিভিন্ন অনুশীলনৰ মাধ্যমেৰে বধিৰতা নোহোৱা কৰিব পৰা যায়।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে