You don't have javascript enabled. Please Enabled javascript for better performance.

blog

মাই গভ্‍ গ্ৰীডৰ সকলো ব্ল’গ ক্ৰিয়েটিভ কৰ্ণাৰ

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বিভিন্ন সংস্কাৰমূলক ঘোষণা

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ সংক্ৰমণৰ ফলত দেশৰ অৰ্থনীতত এক জটিল প্ৰভাৱ পেলাইছে। এই জটিল সময়তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক আশ্বস্ত কৰি ঘোষণা কৰিছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক অভিলাষী পৰিকল্পনা। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ১০% ৰ সমানকৈ ২০ লাখ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজৰ ঘোষণাই দেশৰ অৰ্থনীতি পুনৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে। দেশৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে বিভিন্ন ক্ষেত্ৰত এই বিশেষ আৰ্থিক পেকেজৰ বিভিন্ন দিশসমূহ ধাৰাবাহিক সংবাদমেলযোগে ফঁহিয়াই দাঙি ধৰে।

পোষ্ট তাৰিখ : 26 May 2020

ক’ভিড -১৯ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ঘৰুৱা মুখাৱৰণ

ক’ভিড -১৯ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰী প্ৰচেষ্টাসমূহৰ উপৰিও আমাৰ নিজা কিছুমান সজাগতা এই ক্ষেত্ৰত যথেষ্ট উপকাৰী। সামাজিক দূৰত্ব বৰ্তাই ৰখা, সঘনাই চাবোন আৰু পানীৰে হাত ধুই থকা, এলকহলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰা ইত্যাদি এই সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ হিচাবে পৰিগণিত হৈছে।

পোষ্ট তাৰিখ : 25 Apr 2020

ক’ভিড-১৯ – হতাশাগ্ৰস্ততা আৰু ইয়াৰ প্ৰতিকাৰ

ক’ভিড-১৯ – হতাশাগ্ৰস্ততা আৰু ইয়াৰ প্ৰতিকাৰ

পোষ্ট তাৰিখ : 09 Apr 2020