You don't have javascript enabled. Please Enabled javascript for better performance.

বিত্ত বিভাগৰ ২০১৮-১৯ বৰ্ষৰ অসম বাজেটৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 26-12-2017
End Date: 16-02-2018

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ কল্যাণকেন্দ্ৰিক কৰাত যথেষ্ট গুৰুত্ব দিছে। ডিজিটেল সেৱাৰ গুৰুত্ব উপলব্ধি কৰি ‘ই-বাজেট’ প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হৈছে যিয়ে জনসাধাৰণক তথ্য যোগোৱাত সহায় কৰিব। জনতাৰ অংশীদাৰ ব্যৱস্থাত বিশ্বাসী বিত্ত বিভাগে দ্বিতীয় বৰ্ষৰ বাজেটৰ বাবে জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে।
বিত্ত বিভাগৰ ৱেবচাইট finance.assam.gov.in ত জনসাধাৰণে নিজৰ বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিব পাৰে। মাই গভ্‍ অসমৰ ৱেবচাইট assam.mygov.in ৰ যোগেদিও বিভিন্ন মতামত আৰু পৰামৰ্শ প্ৰদান কৰাৰ সুবিধা উপলব্ধ। এই বৰ্ষৰ গুৰুত্বপূৰ্ণ কিছুমান ক্ষেত্ৰ হৈছে :
• শিশু
• কন্যা শিশু
• দিব্যাংগ
• বৃদ্ধাৱস্থা
• লিংগ বৈষম্য
• ধাৰণক্ষম বিকাশৰ লক্ষ্য
যোগদানৰ অন্তিম তাৰিখ : ১৬ ফেব্ৰুৱাৰী, ২০১৮

সকলো মন্তব্য
Reset
85 তথ্য পোৱা গ’ল
200

Amitabh Kakoty 6 বছৰ 2 হিচাপপূৰ্বে

1.Spend money more where people can actually see a permanent physical change that changes people's quality of life.
2.Spend in public-construction works (roads, etc) - bring changes in quality-standards, contracting procedures; develop world-class design-material standards (more+).
3.Money spent in Public Buildings (e.g. Hospitals, Schools, etc.) should come with best design practices that bring changes in people's perceptions - automatically changes working environment & service quality.

200

Hemanta Khatiora 6 বছৰ 2 হিচাপপূৰ্বে

৫. লিখিত পৰিক্ষাৰ মাচুলৰ পৰিমান কমাব লাগে যাতে নিবনুৱা সকলৰ ওপৰত মাধমাৰ নপৰে।
৬. সকলো চৰকাৰী কামবোৰ অনলাইনৰ যোগেদি হোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে ৰাইজ বিষয়াসকলৰ হাৰাশাস্তিৰ সন্মুখিন হবলগা নহয়।
৭. প্ৰদুষণমুক্ত অসম গঢ়ি তুলিব লাগে, প্লাষ্টিকৰ ব্যৱহাৰ কম কৰাৰ বাবে জনসাধাৰণক সচেতন কৰিব লাগে আৰু বৃক্ষৰুপণৰ বাবে বিশেষ আঁচনি হাতত লব লািগব।
৮. নিবনুৱা সংস্থাপনৰ বাবে বিশেষ ব্যৱস্থা লব লাগে। নিযুক্তি প্ৰক্ৰিয়া অলপ সৰতকিয়া কৰিব লাগে।

200

Hemanta Khatiora 6 বছৰ 2 হিচাপপূৰ্বে

১. গাঁও অঞ্চলৰ ৰাস্তা ঘাটৰ উন্নয়নৰ লগতে বানপানী হোৱা অঞ্চলত ওখ ওখ ভেটি নিৰ্মানৰ ব্যৱস্থা কৰিব লািগব যাতে বানপানীৰ সময়ত মানুহকে ধৰি অন্য পশুধন জিয়াই থাকিব পাৰে।
২. প্ৰাথমিক বিদ্যালয়ৰ ইংৰাজী তথা গনিতৰ পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীৰ উপযোগিকৈ প্ৰস্তুত কৰিব লাগিব। প্ৰাথমিক বিদ্যালয়সমুহত প্ৰতিটো শ্ৰেণীত এজনকৈ শিক্ষকক নিযুক্তি দিব লািগব।
৩. দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ আইনৰ ব্যৱস্থা কৰিব লাগে।
৪. পৰ্যটনৰ ক্ষেত্ৰত অসমক উন্নত কৰাৰ বাবে ভাৰতৰ আন আন ৰাজ্যক অনুসৰণ কৰিব লাগে।

100

Paban Ch Choudhary 6 বছৰ 2 হিচাপপূৰ্বে

Supply quality drinking water to every family.
Go for organic agriculture process replacing inorganic process.
Try solar energy to make up deficit of electricity.
cleanliness to be made mandatory for all citizens.
Proper garbage disposal systems to make cleanliness a reality.
All watersheds in the state to be preserved to fulfill manifold purposes.measures to be taken up to recover deepor beel in its original form.
Take up measures to preserve natural channels.

100

Paban Ch Choudhary 6 বছৰ 2 হিচাপপূৰ্বে

make Assam self sufficient in food production through double,triple cropping. For this 'har khet ko paani' is must.Irritation should be given top most priority.
Health for all to be made citizens' right. Take up measures for free health services to all citizens in whatever way it is possible.
Quality education through quality teachers and school curriculum.excess and unnecessary burdens of books in lower primary and primary levels need to be abolished eve from private sc

2060

Ankit Bardia 6 বছৰ 2 হিচাপপূৰ্বে

New power station to supply 24x7 electricity.
Study flood catchment & find solutions to prevent the flood, which is happening every year.
Waste water treatment before discharging it to the river.
Improve the quality of supply water to households by improving the water treatment plants.
Improving government schools quality of education
Building sports facility in every major district
SEZ for IT industry to promote in the region
Road should be all weathered road
Improve rail connectivity

3300

Abdur Rafique Choudhury 6 বছৰ 2 হিচাপপূৰ্বে

Doctors are looting the people in broad daylight. How a poor people can pay 500 as visit when he hardly has two square meals. The fees can be reduced only when there are more doctors. So I request to establish medical college in every district.
I request 50 percent of seats and jobs in every field be reserved for female. That way we can reduce female foeticide and child marriage.
Government offices should be established far away from cities and towns. That would reduce traffic and pollution.

100

anjan acharya 6 বছৰ 2 হিচাপপূৰ্বে

অসমৰ সংস্কৃতিৰ প্ৰাণস্বৰূপ সত্রীয়া নৃত্য , লোকগীত ,বৰগীত আদিৰ ৰক্ষনাবেক্ষণ আৰু প্ৰচাৰৰ বাবে স্কুলীয়া বা কলেজ পৰ্যায়ত চৰকাৰী উদ্যোগত বিশেষ বাধ্যতামূলক তথা অাকৰ্ষণীয় প্ৰতিযোগীতা পাতিব লাগিব|