You don't have javascript enabled. Please Enabled javascript for better performance.

বিত্ত বিভাগৰ ২০১৮-১৯ বৰ্ষৰ অসম বাজেটৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 26-12-2017
End Date: 16-02-2018

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ কল্যাণকেন্দ্ৰিক কৰাত যথেষ্ট গুৰুত্ব দিছে। ডিজিটেল সেৱাৰ গুৰুত্ব উপলব্ধি কৰি ‘ই-বাজেট’ প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হৈছে যিয়ে জনসাধাৰণক তথ্য যোগোৱাত সহায় কৰিব। জনতাৰ অংশীদাৰ ব্যৱস্থাত বিশ্বাসী বিত্ত বিভাগে দ্বিতীয় বৰ্ষৰ বাজেটৰ বাবে জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে।
বিত্ত বিভাগৰ ৱেবচাইট finance.assam.gov.in ত জনসাধাৰণে নিজৰ বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিব পাৰে। মাই গভ্‍ অসমৰ ৱেবচাইট assam.mygov.in ৰ যোগেদিও বিভিন্ন মতামত আৰু পৰামৰ্শ প্ৰদান কৰাৰ সুবিধা উপলব্ধ। এই বৰ্ষৰ গুৰুত্বপূৰ্ণ কিছুমান ক্ষেত্ৰ হৈছে :
• শিশু
• কন্যা শিশু
• দিব্যাংগ
• বৃদ্ধাৱস্থা
• লিংগ বৈষম্য
• ধাৰণক্ষম বিকাশৰ লক্ষ্য
যোগদানৰ অন্তিম তাৰিখ : ১৬ ফেব্ৰুৱাৰী, ২০১৮

সকলো মন্তব্য
Reset
85 তথ্য পোৱা গ’ল
2410

Dhrubajyoti Kalita 6 বছৰ 2 হিচাপপূৰ্বে

১) সকলো জনপ্ৰতিনিধিৰ বাবে প্ৰকৃৃতি সংৰক্ষণৰ পৰিচয়মূলক প্ৰাথমিক প্ৰশিক্ষণ বাধ্যতামূলক কৰিব লাগে।
২) স্থানীয় পৰিৱেশত খাপ খাই থকা বিভিন্ন ধৰণৰ জীৱিকাবোৰৰ বিষয়ে স্কুলীয়া পৰ্যায়তেই ছাত্ৰ-ছাত্ৰীসকলক পৰিছয় কৰাই দিয়াৰ ব্যৱস্থা থাকিব লাগে।
৩) যিবোৰ বিদ্যালয়-মহাবিদ্যালয়ৰ নিজা পুখুৰী আছে, সেইবোৰ আদৰ্শ মাছ পালনৰ ক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ লগতে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক মিশ্ৰিত পাম পৰিচালনাৰ প্ৰাথমিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব লাগে।

2200

DINAMANI LAHKAR 6 বছৰ 2 হিচাপপূৰ্বে

Create a common Grievence Cell covering all departments such as Panchayat, Municipalities, Government Departments including Pension Department. There should be a Complain Mode to lodge grievences via Online/Offline/Toll Free for those indulging in Corruption/Malpractices/Asking for Bribe.This will speed up the Work Efficiency of the Government Departments.
Earlier i gave suggestions regarding Employment Sector.
Hopefully, the government will take care of the suggestions.

91770

Mohamed Ali A S 6 বছৰ 2 হিচাপপূৰ্বে

Good Morning Sir
* Promote and encourage soil less cultivation, so as to be self reliant as far as agriculture is concerned
* Make School education free for all especially to the needy and financially poor class of people
* Establish some canteens in the state to offer subsidized food at minimum cost
* Develop the existing infrastructure and boost the small sectors units
Allocate funds to promote the rich heritage of Assam and introduce the greatest culture to other states as well!
Thanks

300

Ankur Jyoti Das 6 বছৰ 2 হিচাপপূৰ্বে

Gov.should try to provide all kinds of assistance to young entrepreneurs to start their companies and the process must be simple and transparent. We all know that unemployment is rising day by day and only entrepreneurs can solve it.when unemployment increases,violance and chaos also increase.so solution to that problem is create an environment for entrepreneurship development.

200

Manash Upadhyaya 6 বছৰ 2 হিচাপপূৰ্বে

I would like to request the state finance department to include the post provincialization of the High schools that were not included in the process of school provincialization in 2012.Most of the classical posts were been not included in the process.So I kindly request you to include the post provincialization process in the budget session.Thank you and we hope for the best

4860

TRIBHUBAN YADAV 6 বছৰ 3 হিচাপপূৰ্বে

Honourable Himanta Biswa Sarma Sir, Please take a proposal to construct TRUCK TERMINAL on both side of Guwahati ie at North Guwahati and another one at Sonapur to minimise the TRAFFICK Load in Guwahati city its a humble request for making our city one of the beautiful city in India.