You don't have javascript enabled. Please Enabled javascript for better performance.

পৰ্যটনৰ জৰিয়তে জীৱিকা সৃষ্টি সম্পৰ্কীয় পৰামৰ্শৰ আহ্বান

Start Date: 15-05-2017
End Date: 16-06-2017

বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাবে বিনন্দীয়া ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাবে বিনন্দীয়া অসমক পৰিচিত কৰোৱাৰ যথেষ্ট থল আছে। বিভিন্ন সময়ত অসমৰ বিভিন্ন পৰ্যটন স্থলীসমূহ ঘৰুৱা আৰু দেশী-বিদেশী পৰ্যটকে পৰিভ্ৰমণ কৰা দেখা যায়। গতিকে শিক্ষিত নিবনুৱা সকলক সংস্থাপন দি পৰ্যটন ক্ষেত্ৰখনক এটা সম্পূৰ্ণ বাণিজ্যিক ৰূপত প্ৰসাৰ ঘটোৱাৰ প্ৰয়োজনীয়তা আছে।

অসম চৰকাৰে নগৰীয়া আৰু গ্ৰাম্য দুয়োটা পৰ্যটন ক্ষেত্ৰতেই সমানেই গুৰুত্ব দি এক বহনক্ষম প্ৰক্ৰিয়াৰ যোগেদি নিয়োগ আৰু বাণিজ্যিক লাভালাভৰ দিশত বিভিন্ন বিভিন্ন প্ৰকল্প হাতত লৈ আহিছে। শিক্ষিত নিবনুৱা সকলক বিভিন্ন ধৰণে পৰ্যটন ক্ষেত্ৰখনত সৱলীকৰণৰ দিশতো অসম চৰকাৰে আকৰ্ষিত কৰি আহিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ আঁচনি তথা প্ৰকল্প সমূহ সফল কৰি তোলাৰ ক্ষেত্ৰত সমূহীয়া এক প্ৰচেষ্টাৰ প্ৰয়োজন। অসম চৰকাৰে মাই গভ্ অসমৰ জৰিয়তে জনসাধাৰণৰ পৰা পৰ্যটন ক্ষেত্ৰখন জীৱিকাৰ ক্ষেত্ৰত কিদৰে সহায়ক হৈ উঠিব পাৰে এই সংক্ৰান্তত দিহা-পৰামৰ্শ দিবলৈ আহ্বান জনাইছে।

যোগদানৰ অন্তিম তাৰিখ : ১৮ জুন, ২০১৭

সকলো মন্তব্য
#AssamTourism,#MyGov #Assam
Reset
26 তথ্য পোৱা গ’ল
370

Bandana Chowdhury 6 বছৰ 11 হিচাপপূৰ্বে

ASSAM-situated in the north eastern region of INDIA...A beautiful tourist place with many sanctuaries n national parks n also many more historical heritages...ASSAM is basically based on natural beauty... So i request to our honorable government to take some valuable measure for promoting this tourism by connecting road ways, advertising whole over the world...set up some institutions for tourist guide.. thank you

2370

deeksha hazarika 6 বছৰ 11 হিচাপপূৰ্বে

Assam "the land of beauty" is one of wonderful tourist destinations in India.Tourism in Assam can be encouraged by having well road connectivity as well as advertising tourist spots.This is a land with diverse culture which should be enlightened.Tourism helps to bring ample of opportunities to our state and it also encourages employment opportunities which is one of the significant problems in Assam.I think there should be some institutions for tourist guide so that they can accquire information

500

sukanya dey 6 বছৰ 11 হিচাপপূৰ্বে

Assam-the colourfull hub of NE is blessed wd emense cultural heritage.steps should be taken to enrich the tourism industry:-1.through add. promote the cultural monuments.2.better transport nd communication facility.3.imprvmnt of lodging fclty.4.display of smal stores of handmade goods.5.employmnt of local tourist guides as thy hv more know.abt the place.5.promoion of atithi devo bhava idea.

440

Paulomi Mukherjee 6 বছৰ 11 হিচাপপূৰ্বে

Assam a paradise hub has been a major domain of a rainbow cultures assimilating the profound beauties of nature.
To cater to its need nd time. ..the tourism industry needs a booster to raise employment avenues.
1. Special and better provisions wid a well guided road connectivity to the tourist spots within accessible regions will cater more tourists thereby boosting up transportation system that will create employment
Secured provisions for nearby stays near tourist spots.ensuringwell.

370

Shasank Choudhury 6 বছৰ 11 হিচাপপূৰ্বে

I am working in the Indian Institue of Entrepreneurship, Guwahati and many a times have come across people, entrepreneurs and startups who are working on to tap the potential of tourism in North East. One of the very popular ways through which we can enhance tourism in Assam is through promotion of the 'Home Stay' concept. Majuli can be a model district to pilot and thereafter we can replicate the experience in other parts of tge state like near Kaziranga and otger National Parks and Sanctuaries

370

Mitul Bhaskar Baisya 6 বছৰ 11 হিচাপপূৰ্বে

Assam state has potential employ huge unemployed youth in tourism sector. All individual have special skill. Some people have good sense of paint. And some people have v good sense of history. Govt should conduct a test to know the talent of the individual. According to it youth will given work. with the proper infrastructure, tourism will prosperous. This region has rich in natural beauty.people like amusement park, wild life photography, historical site. Govt of Assam focus on it. Youth will..

3890

parikhit phukan 6 বছৰ 11 হিচাপপূৰ্বে

অসম পৰ্যটন ক্ষেত্ৰখনৰ স্বকীয় ৰূপ আছে। ইয়াৰ বৈশিষ্ট্য আৰু উপাদানসমূহ বিশ্বৰ অনান্য ঠাইসমূহৰ পৰা অনন্য। মা্ত্ৰ লাগে সঠিক মাপকাঠি। অসমৰ সকলোৱে যদি সপ্তাহৰ এটা মূল্যৱান দিন ফুৰিবলৈ অথবা আলহি ফুৰাবলৈ আজৰি সময় উলিয়াব পাৰে। তেন্তে, বছৰৰ প্ৰতিটো দিনেই অসমৰ পৰ্যটনে ৰাইজক আৰ্থিক আৰু সামাজিক ভাৱে লাভম্বিত কৰিব। অসম চৰকাৰৰ আমাৰ আলহী গ্ৰাম্য গৃহনিবাস আঁচনিত আলহীৰ থকাৰ বাবে ব্যৱস্থা কৰিছে। ৰাইজৰ সহযোগত প্ৰতিখন গাওঁতে আমাৰ আলহীয়ে অসমৰ আতিথ্য ক্ষেত্ৰখনত বহলাই নিব বুলি আশা কৰিলো।