You don't have javascript enabled. Please Enabled javascript for better performance.

পৰ্যটনৰ জৰিয়তে জীৱিকা সৃষ্টি সম্পৰ্কীয় পৰামৰ্শৰ আহ্বান

Start Date: 15-05-2017
End Date: 16-06-2017

বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাবে বিনন্দীয়া ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাবে বিনন্দীয়া অসমক পৰিচিত কৰোৱাৰ যথেষ্ট থল আছে। বিভিন্ন সময়ত অসমৰ বিভিন্ন পৰ্যটন স্থলীসমূহ ঘৰুৱা আৰু দেশী-বিদেশী পৰ্যটকে পৰিভ্ৰমণ কৰা দেখা যায়। গতিকে শিক্ষিত নিবনুৱা সকলক সংস্থাপন দি পৰ্যটন ক্ষেত্ৰখনক এটা সম্পূৰ্ণ বাণিজ্যিক ৰূপত প্ৰসাৰ ঘটোৱাৰ প্ৰয়োজনীয়তা আছে।

অসম চৰকাৰে নগৰীয়া আৰু গ্ৰাম্য দুয়োটা পৰ্যটন ক্ষেত্ৰতেই সমানেই গুৰুত্ব দি এক বহনক্ষম প্ৰক্ৰিয়াৰ যোগেদি নিয়োগ আৰু বাণিজ্যিক লাভালাভৰ দিশত বিভিন্ন বিভিন্ন প্ৰকল্প হাতত লৈ আহিছে। শিক্ষিত নিবনুৱা সকলক বিভিন্ন ধৰণে পৰ্যটন ক্ষেত্ৰখনত সৱলীকৰণৰ দিশতো অসম চৰকাৰে আকৰ্ষিত কৰি আহিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ আঁচনি তথা প্ৰকল্প সমূহ সফল কৰি তোলাৰ ক্ষেত্ৰত সমূহীয়া এক প্ৰচেষ্টাৰ প্ৰয়োজন। অসম চৰকাৰে মাই গভ্ অসমৰ জৰিয়তে জনসাধাৰণৰ পৰা পৰ্যটন ক্ষেত্ৰখন জীৱিকাৰ ক্ষেত্ৰত কিদৰে সহায়ক হৈ উঠিব পাৰে এই সংক্ৰান্তত দিহা-পৰামৰ্শ দিবলৈ আহ্বান জনাইছে।

যোগদানৰ অন্তিম তাৰিখ : ১৮ জুন, ২০১৭

সকলো মন্তব্য
#AssamTourism,#MyGov #Assam
Reset
26 তথ্য পোৱা গ’ল

BAPPIL AHMED 8 বছৰ 5 হিচাপপূৰ্বে

অসমৰ প্ৰতিখন চৰকাৰি উচ্চতৰ মাধ্যমিক বিদ্যালযত একোতা একোতা Digital ClassRoom ৰ সুবিধা থাকিব লাগে..প্ৰতিটো বিষয়ৰ পাঠ্যপুথি ৰ digital ৰুপ দিব লাগে.chapter wise video and audio বনাৱ লাগে যাতে ছাত্ৰ ছাত্ৰিৰ বুজাত সহজ হয..

Trideep Das 8 বছৰ 5 হিচাপপূৰ্বে

1) Improve the current conditions of our Museum and historical place.
2) Easy access to silk industry with a guide.
3) Wildlife tour via river
4) Preserve mountain to boost tracking and improve scenic beauty
5) Live display​ of bamboo artist and craftsmanship​.(increase sale of bamboo products)

Ujjal Das 8 বছৰ 5 হিচাপপূৰ্বে

1. Allow corporate sponsorships or local startups for heritage buildings.
2.The tourism industry including government and private players, need to manipulate destinations as experiences and not sightseeing point alone - create experiences not sightseeing spots.
3.Aggresive tourism marketing strategies ( use of better apps,giving chance to local players creating employment)
4.Build Great roads and access points (use of smart and updated technology supporting sustainable energy movement)

Himangshu Basistha 8 বছৰ 5 হিচাপপূৰ্বে

1. Ease of travel: 24*7 lights, safe road, and helpline(few things can be done by apps)
2. A guest house at every village
3. App which directs a tourist to do amateur travelling. Shows him places, guest houses and govt funded hotels. Employment!
4. Why not a portal along with app with list of tourist guides. No fancy here. One who studies tourism, and not necessary. If one wishes to volunteer he can. He can earn an amount too. Micro jobs maybe.
5. Strict law. No cheating. Atithi devo bhava

Dhrubajyoti Kalita 8 বছৰ 5 হিচাপপূৰ্বে

1. Covering each Village and town of the State,extensive survey should be conducted to collected all data related directly and indirectly to tourism.
2. A calendar of community festivals should be prepared. A guide map for tourists may be prepared containing the same.
3. Syllabus from school level should be contains a chapter on Tourism

Dhrubajyoti Kalita 8 বছৰ 5 হিচাপপূৰ্বে

1.Extensive training and motivation programme may be arranged for youth to make them capable to make their village attractive for tourists.
2. Unique natural beauty of each locality should be identified and necessary steps should be taken to protect and nurture for sustainability
3.Power supply and communication infrastructure should be developed in all the corners of the state.

  •