You don't have javascript enabled. Please Enabled javascript for better performance.

নিয়োগ বৃদ্ধিৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 25-04-2017
End Date: 25-05-2017

নিয়োগ পৰিসৰ বৃদ্ধি এখন ৰাজ্যৰ উন্নয়্ন আৰু অৰ্থনৈতিক বিকাশৰ সংকেত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

নিয়োগ পৰিসৰ বৃদ্ধি এখন ৰাজ্যৰ উন্নয়্ন আৰু অৰ্থনৈতিক বিকাশৰ সংকেত হিচাবে বিবেচনা কৰা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰু লগতে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দিয়াটো চৰকাৰৰ বাবে এক বৃহৎ চেলেঞ্জ হৈ পৰিছে। যদিও এই ক্ষেত্ৰত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ যথেষ্ট কাম আগবাঢ়িছে তথাপি বৰ্তমানৰ সময়ৰ সৈতে এই চাহিদা পূৰণৰ ক্ষীপ্ৰতাৰে মোকাবিলা কৰিবলৈ বিভিন্ন আঁচনি চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছে।
চৰকাৰে প্ৰতিগৰাকী যোগ্য ব্যক্তিক নিয়োগৰ সুবিধাৰ জৰিয়তে সহায় কৰা আৰু তেওঁলোকৰ কৰ্মদক্ষতাৰে এক উন্নত মানৱ সম্পদ গঢ়াত সদায়েই গুৰুত্ব দি আহিছে। এই উদ্দেশ্য আগত ৰাখি চৰকাৰে ব্ৰেইন ড্ৰেইনক নিৰুৎসাহ কৰি নতুন আৰু উদ্ভাৱনীমুলক দক্ষতাৰে নিয়োগ সৃষ্টি কৰাৰ লগতে নিয়োগ সন্ধানী সকলক বিভিন্ন কৰ্মদক্ষতাৰ বাবে উৎসাহিত কৰাৰ ওপৰত কামকাজ কেন্দ্ৰীভূত কৰিছে যিয়ে ৰাজ্যৰ লগতে দেশৰ বিকাশত এক উৎকৃষ্ট মানৱ সম্পদ হিচাবে চিহ্নিত হ’ব।
চৰকাৰৰ এই কাৰ্যক এক নতুন দিশ দিবলৈ জনসাধাৰণৰ পৰা মাই গভ অসমৰ যোগেদি দিহা পৰামৰ্শ বিচৰা হৈছে।

যোগদানৰ অন্তিম তাৰিখ : ২৫ মে, ২০১৭

সকলো মন্তব্য
#AssamMyGov, #MyGov, #Employment, #Labour&Employment
Reset
25 তথ্য পোৱা গ’ল
5710

BRAJEN KALITA 6 বছৰ 10 হিচাপপূৰ্বে

১/নলবাৰীৰ জাপি উদ্দোগক বৃহৎ উদ্যোগ হিচাপে গঢ়ি তোলক ।
২/গ্ৰাম্য কুটিৰ উদ্যোগ স্থাপনত গুৰুত্ব দিয়ক ।
৩/অসমৰ চৰকাৰী আৰু বেচৰকাৰী নিয়োগৰ ক্ষেত্ৰত থলুৱাক অগ্ৰাধীকাৰ দিয়ক ।
৪/ পূৰ্বৰ কিছুমান আচঁনি বন্ধ কৰক ।
৫/ মুগা আৰু কাহঁ পিতলৰ সৈতে জড়িত ব্যক্তি সকলক উৎসাহিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ ।
৬/ উদ্দোগী সকলক সহায় আৰু নতুন উদ্যোগ স্থাপনৰ ব্যৱস্থা ।
৭/ খালী পদসমূহ সোনকালে পূৰণ কৰক ।

430

Himangshu Basistha 6 বছৰ 10 হিচাপপূৰ্বে

The concept of smart villages instead of smart cities is needed.
1. Powered villages
2. Society driven milk farm
3. Society driven public toilet(eco friendly).
4. Society driven guest house.
5. Society driven language center.
6. Society driven pork farm, fishery, forest, silk worm farm.
7. On every Diwali, Holi, Bihu let society help the neighbour who is lacking behind.
Jai Aai Axom, Jai Hind, Jai Hindustan

430

Himangshu Basistha 6 বছৰ 10 হিচাপপূৰ্বে

Solar power stations at every village. Lets make all villages powered.
land: 1/2 bigha
jobs: Technicians, cleaners, etc
revenues: Power
Milk farm at every village.
land: 2-3 bighas
jobs: Milkman, cleaner, grass collector
revenues: Milk, gobar gas, vermi compost(another job would be created for someone who collects weeds)
Pork farm at every village
land: 2 bigha
Jobs: Collect wasted foods, processed pork, raw pork
Revenue: Meat
Jai Aai Axom, Jai Hind, Jai Hindustan

100

NIC-Nalbari 6 বছৰ 10 হিচাপপূৰ্বে

Villge Road from main city and town and Village electricity developement should take first priority. Agriculture based industry and original local small scale industries should modernise in all respect .The education system should make the student skiiled enterprenure not a so called educated people.Qualified persons should get interested to engage in the local industries, agriculutural field and so on...
Kamal Sarma
Nalbari

380

ARADHANA RAJBANSHI 6 বছৰ 10 হিচাপপূৰ্বে

ONGC,OIL,BCPL,HPC আদি যিমানবোৰ ঔদোগ্যিক প্ৰতিষ্ঠান আছে সেইবোৰত অন্তঃত ১০০%শতাংশ থলুৱাৰ নিযুক্তি নিশ্চ্ত কৰক |
তেওঁলোকৰ কাৰিকৰী দক্ষতাক প্ৰমাণ কৰিবলৈ দিয়ক | প্ৰয়োজন হ'লে তেওঁলোকক বাহিৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰক | অসমৰ শিক্ষিত নিবনুৱাক নিযুক্তি দি'লে তেওঁলোক অসমৰ মানৱ সম্পদ ৰূপে পৰিগণিত হ'ব |

100

Mohan 6 বছৰ 10 হিচাপপূৰ্বে

Change in our thoughts about the "Outsider businessman" that we have cultivated since 1979-80. Industrial growth brings Social and Economical changes.
The growth of Industry in Assam is possible if there are footsteps and positive approach from the Outsider Businessman from rest of India. So, everything depends on ourselves.

4350

Jugal Mahanta 6 বছৰ 10 হিচাপপূৰ্বে

1. 24*7 Power at least in major cities and town in first phase like U.P
2. Law to band National Highway blockage by any organisation
3. Smooth road between major town and cities
4. High Speed Internet Private Vendor's at least in all town and cities
5. Online portal for ease of doing business.May be Vibrant Assam Submit
Without this basic facilities,any organisation will find it difficult to set up something
transparently in assam

370

Prapanna Mahanta 6 বছৰ 10 হিচাপপূৰ্বে

One of the major possible sector for creating livelihood for large number of local people is bamboo sector. Under skill India our state should give training to local youth in finish product of Bamboo.Govt should give a institute the responsibility to create market for this finish goods in initial phases.China is leading country in bamboo industry. Govt should persuade central government to bring Chinese expert for skill development.

300

NE CITIZENS INITIATIVE FOR PEACE AND DEVELOPMENT 6 বছৰ 10 হিচাপপূৰ্বে

I would like to suggest the following for better job opportunities:
1. Improvement in Law and Order situation so that MNC's and Corporate Houses feel safe to invest in North east.
2. Intensive training to prospective job seekers so that they can perform well in all Interviews / Screening Process.
3. Concept of Finishing school to be introduced in all ITI 's to properly train the outgoing final batch students to develop their soft skills so that they can survive in competitive environment.