You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা গছপুলি ৰোপণেৰে ভূমিস্খলন ৰোধ

Start Date: 30-06-2020
End Date: 31-12-2020

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
Control soil erosion by planting indigenous trees

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ বিভিন্ন ঠাইত মাটি খহি ব্যাপক হাৰত ভূমিস্খলন হোৱা দেখা যায়। বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু নদীৰ দাঁতিকাষৰীয়া অঞ্চলত ভূমিস্খলনৰ মাত্ৰা বেছি। ঔদ্যোগিকীকৰণ, চহৰাঞ্চলৰ প্ৰসাৰ আদি বিভিন্ন কাৰকৰ প্ৰভাৱত গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাটো ভূমিস্খলনৰ এটা অন্যতম প্ৰধান কাৰক। আমি সকলোৱে গছপুলি ৰোপণৰ দ্বাৰা জৈৱে বৈচিত্ৰতাৰ ভাৰসাম্যতা ৰক্ষা কৰি ভূমিস্খলনৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

যদিও ভূমিস্খলন এটা প্ৰাকৃতিক কাৰণ, তথাপি আমি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, পাহাৰীয়া ভূমি আদিত কিছুমান থলুৱা গছপুলি ৰুই ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো। এই গছ সমূহৰ শিপাসমূহে বাৰিষাকালত মাটিক স্খলন হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

অসমৰ বিভিন্ন থলুৱা গছপুলিসমূহ ৰোপণ কৰি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, কৃষিভূমি অথবা পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন কেনেদৰে ৰোধ কৰিব পৰা যায় অথবা আপুনিও এনে কোনো উদ্যমৰ লগত জড়িত যদি মাই গভ অসমক আপোনাৰ বক্তব্য জনাওক। এই সম্পৰ্কে আমালৈ ফটোও প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বক্তব্য আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
120 তথ্য পোৱা গ’ল
10220

Parag saikia 5 বছৰ 5 দিন পূৰ্বে

অসমৰ নদী কাষৰীয়া অঞ্চলসমূহ আৰু পাহাৰীয়া অঞ্চলসমূহত নাৰিকল গছ আৰুু বাঁহগছ ৰোপন কৰি ভূমি স্খলন ৰোধৰ সুফল লাভ কৰাৰ লগতে অৰ্থনৈতিক সুফল লাবৰ যথেষ্ঠ সম্ভাৱনা আছে৷ দুয়োবিধ উদ্ভিদৰ শিপাৰ গাঁঠনিয়ে ভূমিখন্ড এখন জালৰ দৰে খামুচি ৰাখি ভূ-স্খলনৰ হাৰ যথেষ্ঠ কম কৰে৷ ভাৰতবৰ্ষৰে কেৰেলাৰ দৰে ৰাজ্য, বিদেশৰ বহু সাগৰৰ কাষৰ অঞ্চলত কেৱল নাৰিকল ৰোপন কৰিয়েই নদ নদী সাগৰৰ পাৰতো কেনেদৰে উন্নত পথ স্খলন নোহোৱাকৈ ৰাখিছে আমি বিভিন্ন উৎসত দেখা পাওঁ৷ তদুপৰি ইয়াৰ পৰা অৰ্থনৈতিক উন্নয়ণৰো বহু সুযোগ আছে৷ বিতং pdf ত সংযোগ কৰিছোঁ

5720

Gitanjali Sarma 5 বছৰ 5 দিন পূৰ্বে

All the Indian farmers are not well educated because they have lack of facilities and other basic amenities . And sometime they may be pressurized from other landowner also . sometime the quality of the soil is also responsible for there farming . India have different type of soil quality such as loamy soil, clayey soil etc. Which can affect the quality of the product that is being supposed to be grown by a Farmer.

1213900

NANDIKANTI SAI KUMAR 5 বছৰ 5 দিন পূৰ্বে

All farmers all over the country should be made aware of the drawbacks of chemical fertilizers and pesticides which kill the nutrients of the soil, contamination of water and unsafe crops.
This journey which is known as Bihar Living Soils (BLS) ecological agriculture model while not easy it has been fruitful.The fundamental essence of the BLS model is to rejuvenate the soil. To bring back biodiversity for that we have to decide to replace poisonous agrochemicals with ecological fertilisers.

580

Binoy Chandra Sarma 5 বছৰ 5 দিন পূৰ্বে

Falling of trees during thunderstorms & monsoon may be due to the imbalanced load of branches. Periodic trimming may save the road side root-out incidents and falling of trees at the slanting locations. Bamboo cultivation is a better option because of it's less self
load with higher root penetration.
Perhaps Kharghuli incident was due such a reason where a tree fell down along with a huge quantity of red soil amounting a huge load on the victim.d

24080

SANKHA DEEP DHAR 5 বছৰ 5 দিন পূৰ্বে

In this modern era of sophisticated science ,we have always looked for opportunities to transcend our conditions deeply routed as human impulse but in these hustle we have forgotten the very fact that our soil is our identity , it is the connector to real selves.If we look at the geographic conditions, the annual floods are the very reason to outcomes of soil erosion . So i feel promoting afforestation and indigenous ways in coping the situation might help but it requires great commitment & will